• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পবিতৰা অভয়াৰণ্যত অসুস্থ গঁড়ৰ চিকিৎসাৰ অভাৱত মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
জাগীৰোড , February 26, 2018 4:05 pm

1 min read

rhino
63
VIEWS
Share on FacebookShare on Twitter

পবিতৰা অভয়্যৰণ্যত বন বিভাগৰ অকমৰ্ণ্যতাৰ বাবে পুনৰ এটা গঁড়ৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে মৃত গঁড়টো আজি ৬ মাহ ধৰি আঘাতপ্ৰাপ্ত হৈ অসুস্থা অৱস্থা আছিল যদিও বন বিভাগে গঁড়টোৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অৱশেষত গঁড়টোৱে ২২ ফেব্ৰুৱাৰিত মৃত্যুক আঁকোৱালি লয়।

ৰাজ্যখনত অন্য বন্য জীৱ-জন্তুৰ তুলনাত গঁড়ৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাটো বন বিভাগ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ বাবে দুৰ্ভাগ্যজনক কথা আৰু ই  বন বিভাগটোৰ শোচনীয় অৱস্থাৰ কথাকে প্ৰমাণিত কৰিছে।

আনহাতে বনমন্ত্ৰীৰ প্ৰমীলা ৰাণী ব্ৰহ্ময়ো ৰাজ্যখনত বন্য জীৱ-জন্তুৰ লগতে গঁড়ৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ বন বিভাগৰ গাফিলতি বুলি স্বীকাৰ কৰিছিল।

উল্লেখযোগ্য যে পবিতৰা বন বিভাগে গঁড়টো মৃত্যু হোৱাৰ বাতৰিটো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল যদও কেইজনমান পৰ্যটকে মৃত গঁড়টো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

মন কৰিব লগীয়া যে বন বিভাগলৈ বন্যপ্ৰাণী চোৱাচিতা কৰা তথা চিকিৎসাৰ বাবদ এক বৃহৎ পৰিমাণৰ ধন চৰকাৰৰ ফালৰ পৰা আহে যদিও প্ৰায় সংখ্যক বন্য জীৱ-জন্তুৱে চিকিৎসা অবিহনে মৃত্যুক আঁকোৱালি ল’ব লগা হয়।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd