DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাঁচ গৰাকী শিক্ষকলৈ বুকলেণ্ডৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 1:31 pm
b-1

ফটো : ইউ বি

123
VIEWS
Share on FacebookShare on Twitter

পাঁচ গৰাকী শিক্ষকলৈ প্ৰথমবাৰৰ বাবে আগবঢ়োৱা বুকলেণ্ড শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰদান কৰা হৈছে।

বুকলেণ্ড শ্ৰেষ্ঠ শিক্ষকৰ বঁটা লাভ কৰা শিক্ষককেইগৰাকী হ’ল বীৰেন বৰা (বিনোদ নাথ সোঁৱৰণি জীৱনজোৰা সাধনা বঁটা), অনিতা নাথ (মালতী নাথ সোঁৱৰণি বছৰটোৰ শ্ৰেষ্ঠ শিক্ষক), চন্দ্ৰ চহৰীয়া ( শ্ৰেষ্ঠ শিক্ষন পদ্ধিতৰ বাবে শ্ৰেষ্ঠ শিক্ষক), যতীন বৰদলৈ (সহযোগী পাঠ্যক্ৰমৰ বাবে শ্ৰেষ্ঠ শিক্ষক) আৰু মঞ্জু ৰাণী লস্কৰ (বুকলেণ্ড প্ৰজ্ঞা সাধনা বঁটা)।

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাই কয়, ‘’শিক্ষকসকল হৈছে সমাজৰ মেৰুদণ্ড স্বৰূপ। শিক্ষকক সন্মান জনাবলৈ গ্ৰহণ কৰা এই ব্যৱস্থা সঁচাকৈয়ে লেখত ল’বলগীয়া কিয়নো ই সমাজত শিক্ষকৰ সন্মান বৃদ্ধি কৰিব। এইটোঅতি প্ৰশংসনীয় যে বুকলেণ্ড প্ৰকাশনে উত্তৰ-পূৰ্বাঞ্চলত শ্ৰেষ্ঠ শিক্ষকৰ বঁটাৰ দৰে এটা একক প্ৰচেষ্টা হাতত লৈছে।‘’

সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিকজনে লগতে কয় যে এই বঁটাই যুৱ শিক্ষকসকলক তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰাত অধিক আত্মনিয়োগ কৰাত প্ৰেৰণা যোগাব। গুৱাহাটী আই আই টিৰ সঞ্চালক অধ্যাপক গৌতম বিশ্বাসে ‘ছাত্ৰ আৰু শিক্ষকৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ শিক্ষাৰ পৰিবেশ কেনেকৈ সৃষ্টি  কৰিব’ এই বিষয়টোৰ ওপৰত পাৱাৰ-পইন্ট প্ৰেজেন্টেশ্যন আগবঢ়ায়।

এই অনুষ্ঠানতে গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ৫০ গৰাকী অধ্যক্ষ তথা প্ৰতিষ্ঠাপকক সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধিতসকলৰ মাজত নীলি আহমেদ তনৱীৰ, আশুতোষ আগৰৱাল আৰু ড০ নৃপেন কুমাৰ দত্তও আছে।

সাহিত্যৰ জৰিয়তে বৃহত্তৰ অসমীয়া সমাজখনৰ একতালৈ আগবঢ়োৱা বৰঙণিৰ বাবে খ্যাতনামা লেখক তথা কবি ড০ নন্দ সিং বৰকলাক বুকলেণ্ড সমন্বয় সাহিত্য বঁটা-২০১৮’ আগবঢ়োৱা হৈছে।

বঁটা প্ৰদান এই অনুষ্ঠানত লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ হীৰালাল দুৱৰা, বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া ড০ ৰোহিনী কুমাৰ বৰুৱা,  লেখক তথা  অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া স্বপ্ননীল বৰুৱা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপিকা ড০ কল্পনা শৰ্মা আৰু লেখিকা তথা শিক্ষাবিদ ড০ সুচিত্ৰা কাকতিৰ লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd