DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাঞ্জাবাৰীত অত্যাধুনিক হাঁহ-কুকুৰা পোৱালি উৎপাদন কেন্দ্ৰ উদ্বোধন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 9:20 pm
535
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ পাঞ্জাবাৰীত অসম চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ এক অত্যাধুনিক হাঁহ-কুকুৰা পোৱালি উৎপাদন কেন্দ্ৰ উদ্বোধন কৰে।

উৎপাদন কেন্দ্ৰটো উদ্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কৃষি খণ্ডত প্ৰগতিশীল কৃষকৰ দ্বাৰা আদৰ্শ কৃষক গোট গঠন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে পশুধন উৎপাদনৰ সৈতে জড়িত ৰাজ্যখনৰ পশুপালকসকললৈ  ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰে।

ভাষণ প্ৰসংগত তেওঁ ৰাজ্যখনৰ পশুধনৰ চাহিদা তথা ইয়াৰ যোগানৰ এক তুলনামূলক জৰীপ চলাই চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধান আঁতৰোৱাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ পশুপালন বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে উক্ত অনুষ্ঠানতে তেওঁ ৰাজ্যৰ ১০ গৰাকী প্ৰগতিশীল পশু পালকলৈ ‘মুখ্য মন্ত্ৰীৰ প্ৰেৰণা বঁটা’ প্ৰদান কৰে। উক্ত বঁটাটোৰ অংশ হিচাপে পশু প্ৰত্যেককে ১০,০০০ টকাৰ চেকৰ লগতে একোখনকৈ গামোচা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ দ্বাৰা নাবাৰ্ডৰ অৰ্থ সাহায্যৰে প্ৰতিষ্ঠা কৰা এই উৎপাদন কেন্দ্ৰটোৱে প্ৰতিমাহে ৮ লাখ হাঁহ-কুকুৰাৰ পোৱালি উৎপাদন কৰিব।

অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই আদৰণি ভাষণ  প্ৰদান কৰা আজিৰ অনুষ্ঠানটোত পশু চিকিৎসা আৰু পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়েও ভাষণ প্ৰদান কৰে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd