• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাৱাৰ গ্ৰীডৰ বঞ্চনাৰ বলি : ভয়ংকৰ বিপদ মূৰ পাতি লৈ দিন কটাইছে চাৰিদুৱাৰৰ চতাইবাসীয়ে

NE NOW NEWS ৰিতুপৰ্ণ চক্ৰৱৰ্তী
বালিপৰা , June 8, 2018 10:51 am

2 min read

Screenshot_2018-06-08-09-09-27
82
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ অসম অৰুণাচল সীমান্তৰ চতাই গাৰো গাওঁৰ কেইটামান পৰিয়ালে জীৱন মৰণৰ ভয়ংকৰ শংকাৰ মাজত দিন অতিবাহিত কৰিছে। পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াৰ চৰম বঞ্চনাৰ বলি হৈ তীব্ৰ ভয় আৰু শংকাত তথা মৰণৰ লগত খেলা কৰি দিন অতিবাহিত কৰিবলগীয়া হৈছে গাঁৱখনৰ বহু কেইটা পৰিয়ালে।

তেওঁলোকে নিত্য নৈমিত্তিকভাৱে পাৰ কৰি অহা দিনৰ কথা শুনিলে ভয় আৰু শংকাত সকলোৰে বুঁকু কপি উঠিব। চতাই গাৰো গাওঁৰ এইসকল পৰিয়ালৰ ঘৰৰ ওপৰেৰে পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অব ইণ্ডিয়াই লৈ গৈছে “কামেং বালিপৰা 440 KVA বৈদ‍্যুতিক তাৰঁ।

এই তাঁৰ সমূহেৰে ২৪ ঘন্টাই বিপদজনক ভাৱে বিদ্যুৎ প্ৰবাহিত হৈ আছে। ফলস্বৰূপে এই বিদ্যুৎ মানুহৰ ঘৰৰ চাললৈও প্ৰবাহিত হৈছে। গাঁৱখনত বাস কৰা লোকসকলৰ ঘৰৰ টিঙৰ চালিত বিদ্যুৎ প্ৰৱাহিত হৈ আছে। টিঙত টেষ্টাৰ লগাই দিয়াৰ লগে লগে জ্বলি উঠে টেষ্টাৰ।

Screenshot_2018-06-08-09-09-08

কেৱল সেয়াই নহয়,তাঁৰ সমূহৰ তলত বাইক, চাইকেল আদি যিয়েই ৰখা হয় তাতো জ্বলি উঠে টেষ্টাৰ। পাৱাৰ গ্ৰীডে এইসকল লোকক প্ৰৱঞ্চনা কৰি এই বিদ্যুতৰ খুটা আৰু তাৰঁসমূহ ঘৰৰ ওপৰেৰে নিয়াৰ বাবে ক্ষতিপূৰণ দিয়াৰ কথা কৈছিল যদিও আজি পৰ্য‍্যন্ত এইসকল দৰিদ্ৰ পৰিয়ালে সেয়া লাভ কৰিবলৈ সক্ষম নহ’ল।

ইয়াৰ বিপৰীতে এনেদৰে মৰণত শৰণ দি হলেওঁ এই বৈদ্যুতিক তাঁৰৰ মাত্ৰ ১০/১২মিটাৰ তলতে বিপদসংকুলভাৱে থাকিব লগীয়া হৈছে পৰিয়ালসমূহ। ৰাইজে এই সৰ্ন্দভত জিলা প্ৰশাসনক  অৱগত কৰিছিল যদিও প্ৰশাসনকো অংগুস্থ দেখুৱাই পাৱাৰ গ্ৰীডে নিজৰ মইমতালিৰে কাম কৰি যোৱাৰ ফলত এইসকল দৰিদ্ৰ পৰিয়ালৰ মূৰত সৰগ ভাঙি পৰিছে।

আনহাতে, সম্প্ৰতি ২৪ ঘন্টাই ঘৰৰ ওপৰেৰে 440 KVA ৰ বিদ্যুৎ প্ৰৱাহিত হৈ থকাৰ ফলত এই পৰিয়ালসকলে বিনিদ্ৰ ৰজনীৰে নিশা পাৰ কৰিবলগীয়া হৈছে। এই সন্দৰ্ভত জিলা প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd