• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

পিডিএফৰ দ্বাৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ভাবুকিৰ প্ৰত্যুত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যিক বিজেপিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 1:38 pm
AL-Hek
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলৰ ভিতৰুৱা নীতিগত বিষয়ত হস্তক্ষেপ কৰিলে  মেঘালয়ৰ মিত্ৰজোঁট চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে বুলি পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে  বিজেপিক এক প্ৰকাৰ ভাবুকি দিয়াৰ পিচতেই ৰাজ্যিক বিজেপিয়ে এক তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে পিডিএফ দলৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছিল যে যদিহে মাত্ৰ ২জন বিধায়কেৰে মিত্ৰজোঁট চৰকাৰত যোগদান কৰা বিজেপিয়ে ৪জন বিধায়ক থকা পিডিএফ দলৰ জনস্বাৰ্থ জড়িত আভ্যন্তৰিণ বিষয়সমূহৰ ওপৰত হস্তক্ষেপ কৰিবলৈ তথা বিগ ব্ৰাডাৰৰ ভূমিকা ল’বলৈ আগবঢ়ে তেন্তে দলটোৱে এনপিপিৰ নেতা কনৰাড চাংমাক মুখ্যমন্ত্ৰী হিচাপে লৈ গঠন হোৱা মিত্ৰজোঁট চৰকাৰৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব।

Apply Now

এই ভাবুকিৰ উত্তৰত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা কোৱা হৈছে যে ‘মেঘালয়ৰ জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে’ দলটোৱে কোনো কাম নকৰে।

অৱশ্যে বিজেপিৰ বিধায়ক তথা ৰাজ্যখনৰ নতুন স্বাস্থ্যমন্ত্ৰী এ এল হেকে শুকুৰবাৰে প্ৰকাশ কৰিছে যে প্ৰত্যেক ৰাজনৈতিক দলেই ৰাজ্যখনৰ জনস্বাৰ্থৰ সৈতে জড়িত বিষয়ৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে।

হেকৰ সুৰতেই সুৰ মিলাই ৰাজ্যিক বিজোপিৰ সভাপতি ছিবুন লিংডোৱে কৈছে যে তেওঁৰ দলটোৰ লক্ষ্য হৈছে ‘স্পষ্টতা আৰু বিকাশ।‘

প্ৰণিধানযোগ্য যে যোৱা বৃহস্পতিবাৰে পিডিএফৰ সভাপতি পিনছগাইন এন চিয়েমে দলটোৰ ৪জনকৈ বিধায়ক নিৰ্বাচিত হোৱাৰ উপলক্ষ্যে শ্বিলঙত অনুষ্ঠিত হোৱা এখন সম্বৰ্ধনা সভাত প্ৰদান কৰা ভাষণত প্ৰকাশ কৰিছিল যে যদিহে বিজেপিয়ে পিডিএফৰ দলীয় বিষয়সূচীৰ অন্তৰ্গত স্থানীয় বাসিন্দাৰ ৰক্ষণাৱেক্ষণ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত হস্তক্ষেপ কৰে তেন্তে দলটোৱে মেঘালয় ডেমক্ৰেটিক এলায়েঞ্চৰ দ্বাৰা গঠিত চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ সাজু আছে।

চিয়েমে আৰু কৈছে যে ৰাজ্যখনৰ বহুতো স্থানত সংঘটিত হোৱা খ্ৰিষ্টিয়ান বিৰোধী কাম-কাজত বিজেপি জড়িত থকাৰ যি অভিযোগ উত্থাপিত হৈ আহিছে তাৰ চয়-নিশ্চয় কৰাৰ বাবে এটা নিৰীক্ষণ কোষ গঠন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd