• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুঁজিৰ নাটনিয়ে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীক জীয়াতু ভুগাইছে

NE NOW NEWS
, November 25, 2017 8:20 am

1 min read

পুঁজিৰ নাটনিয়ে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীক জীয়াতু ভুগাইছে
88
VIEWS
Share on FacebookShare on Twitter

পুঁজিৰ নাটনিয়ে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত এতিয়া জীয়াতু ভোগাইছে ইয়াৰ কৰ্মচাৰীক। যোৱা এঘাৰ মাহ ধৰি পৰিষদখনে ইয়াৰ কৰ্মচাৰীৰ দৰমহা দিব পৰা নাই। এই জটিল পৰিস্থিতিত পৰা কৰ্মচাৰীসকলৰ অৱস্থা এতিয়া এনে পৰ্য্যায় পাইছেগৈ যে যোৱা এপ্ৰিল মাহত এজন কৰ্মচাৰীয়ে আত্মহত্যাও কৰিব লগীয়া হয়। কৰ্মচাৰীসকলে তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াত ইমানেই অসুবিধাৰ সন্মুখীন হৈছে যে বহুতৰ বাহিৰত পঢ়িবলৈ যোৱা সন্তান অভিভাৱকৰ পৰা ধনৰ যোগান নোপোৱা বাবেই ঘৰলৈ ঘূৰি আহিব লগীয়া পৰিস্থিতি হৈছে। এই অচলাৱস্থাত অতিষ্ঠ হৈ যোৱা ২২ নৱেম্বৰত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ জিলাৰ অতিৰিক্ত প্ৰাথমিক শিক্ষা বিষয়া প্ৰসন্ন হাচনুৱে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। হাচনু পৰিষদৰ কৰ্মচাৰী সংস্থাৰ সভাপতি আছিল।

 

Recent News

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

a supr

অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে উচ্চতম ন্যায়ালয়ৰ দুই মহিলা ন্যায়াধীশক, কাবুলত উত্তেজনা

index.jpg

লোমহৰ্ষক অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় বাছযাত্ৰীৰ; অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd