• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ ধৰ্মনগৰত উত্তেজনা

NE NOW NEWS পান্না ঘোষ
ধৰ্ম নগৰ , January 15, 2018 8:29 pm

1 min read

ধৰ্মনগৰ
73
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ কদমটলা আৰক্ষী চকীৰ অন্তৰ্গত প্ৰটেক্ৰায় গাঁৱৰ এটা পুখুৰীত সোমবাৰে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাই বিৰাজ কৰি আছে। প্ৰাপ্ত তথ্য মতে মহিলা গৰাকীক কোনো দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰি পুখুৰীটোত পেলাই থৈ যায় বুলি সন্দেহ কৰা হৈছে।

মাজনিশা ঘৰৰ বাহিৰলৈ উলাই যোৱাৰে পৰা সন্ধানহীন হৈ থকা মহিলাগৰাকীক তেওঁৰ স্বামী বিৰেন্দ্ৰ মালাকাৰে পিছদিনা পুৱা পত্নীক ঘৰত নাপায় বহু বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান পোৱা নাছিল। পিছত তেওঁ কদমটলা আৰক্ষী চকীত পত্নী নিৰুদ্দেশ হোৱাৰ কথা জনায়। কিছু সময়ৰ পিছতে মহিলা গৰাকীক তেওঁৰ ঘৰৰ পৰা ১.৫ কি. মি. নিলগৰ এটা পুখুৰীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধৰ্ম নগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে ঘটনাটোৱে উত্তেজিত কৰি তোলা গাঁও বাসীয়ে অঞ্চলটোত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নথকাত অপত্তি দৰ্শোৱাৰ লগতে সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্তৰ দাবী জনায়।

Recent News

Golaghat1

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd