• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

পৃথক তিপৰালেণ্ডৰ বিষয়টোত মডুলেইশ্যন কমিটি গঠনৰ ইংগিত দিছে প্ৰধান মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2018 4:01 pm
Tipraland
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথক তিপৰালেণ্ড বিষয়টো পৰ্য্যালোচনাৰ বাবে মডুলেইশ্যন কমিটি গঠনৰ ইংগিত দিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই গুৰুত্বপূৰ্ণ দাবী কৰিছে Indigenous Peoples Front of Tripura চমুকৈ আই পি এফ টিৰ সভাপতি এন চি দেৱবাৰ্মাই। ‘প্ৰধান মন্ত্ৰীয়ে তিপৰালেণ্ড গঠন সন্দৰ্ভত আমাৰ দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি দেখুৱাইছে আৰু বিষয়টো পৰ্য্যালোচনা কৰিবলৈ এখন মডুলেইশ্যন কমিটি গঠনৰ নিৰ্দেশ দিছে।’ এইদৰে কয় এন চি দেৱবাৰ্মাই।

উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনত ত্ৰিপুৰাত শাসনাধিষ্ঠিত বাওঁ চৰকাৰক ওফৰাবলৈ বিজেপিয়ে যিকোনো ধৰণৰ ৰণকৌশল গ্ৰহণ কৰিবলৈ সাজু হোৱাৰ ইতিমধ্যে ইংগিত দিছে। তেনেস্থলত আই পি এফ টিৰ এই দাবীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে। বিজেপিয়ে ইতিপূৰ্বে এইটো ইংগিত দিছে যে ৰাজ্যখনত তেওঁলোকে আই পি এফ টিৰ সৈতে নিৰ্বাচনী মিত্ৰতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে আই পি এফ টিয়ে দীৰ্ঘদিনৰ পৰা সুকীয়া তিপৰালেণ্ডৰ দাবী কৰি আহিছে, যিটোত তেওঁলোকে বৰ্তমানৰ বাওঁ চৰকাৰৰ পৰা সঁহাৰি পোৱা নাই বা ৰাজ্য চৰকাৰখন এই ক্ষেত্ৰত সিদ্ধান্ত নিৰ্ণয়কাৰী পক্ষ নহয়।

Apply Now

কিন্তু নিৰ্বাচনত শাসনাধিষ্ঠিত বাওঁ চৰকাৰখনক ওফৰাবলৈ কেন্দ্ৰই আই পি এফ টিৰ এই দীৰ্ঘদিনীয়া দাবীক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। আই পি এফ টিৰ নেতাসকলে নতুন দিল্লীত বিষয়টো সন্দৰ্ভত প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু ড’নাৰ মন্ত্ৰীক লগ কৰাৰ পিছত আই পি এফ টিৰ সভাপতিজনে এই ইংগিত দিছে যে প্ৰাক-নিৰ্বাচনী মিত্ৰতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দলটোৰ বাবে তেওঁলোকৰ দলৰ দুৱাৰ খোলা আছে।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক লগ কৰিবলৈ যোৱা আই পি এফ টিৰ দলটোৰ সৈতে অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও গৈছিল, যিজন বিজেপি দলৰ নিৰ্বাচনী পৰ্য্যৱেক্ষক হিচাপেও ত্ৰিপুৰাৰ দায়িত্বত আছে।

গতিকে এই কৌশলত ড০ হিমন্ত বিশ্ব শৰ্মাৰো ভূমিকা থাকিব পাৰে।

আনহাতে এই ঘটনাক্ৰমৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ শাসনাধিষ্ঠিত দল চি পি আই (এম)-এ। এটা মন্তব্যত দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা তথা ত্ৰিপুৰা বিধান সভাৰ উপাধ্যক্ষ পবিত্ৰ কৰে কয়, ‘আমি ইমান দিনে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে বিভাজনমূলক শক্তিক উচটনি দি অহা বুলি আমি কৰি অহা অভিযোগক ই সত্য প্ৰমাণিত কৰিছে। এই শক্তিবোৰৰ বিৰুদ্ধে ৰাজ্যখনৰ জনসাধাৰণৰ আৱেগ-অনুভূতিৰ অহা নিৰ্বাচনৰ ফলাফলত প্ৰতিফলন ঘটিব।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd