• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পেৰুমবাভুৰত অসমৰ ছয় বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ ঘটনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 18, 2018 5:11 pm

1 min read

যৌন নিৰ্যাতন
114
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে অসমৰ এগৰাকী ছয় বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগত তামিলনাড়ুৰ এজন শ্ৰমিকৰ বিৰুদ্ধে পেৰুমবাভুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

যৌন অপৰাধৰ পৰা শিশুক প্ৰতিৰোধ আইনৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে। আৰক্ষীৰ মতে কণমানিজনীয়ে তাইৰ ভায়েকৰ সৈতে টেলিভিশ্যনৰ কাৰ্যসূচী চাবলৈ যোৱা ৩১ মাৰ্চত শ্ৰমিকজনৰ ভাড়া ঘৰলৈ গৈছিল। কিন্তু অভিযুক্তই ভায়েকক ওচৰতে থকা পুখুৰীত মাছ মাৰিবলৈ পঠিয়াই অঁতৰাই ৰাখি সেই সময়তে ছোৱালীজনীক ধৰ্ষণ কৰে।

ধৰ্ষণৰ বলি হোৱা ছোৱালীজনীৰ পিতৃ-মাতৃ কালামেশ্বাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে ছোৱালীজনী আৰু তেওঁৰ ভাতৃগৰাকী তেওঁলোকৰ পেহীয়েকৰ ঘৰত আছিল।

ছোৱালীজনীয়ে ঘটনাটো তাইৰ পেহীয়েকক জনাইছিল আৰু পেহীয়েকে ছোৱালীজনীৰ পিতৃ-মাতৃক বিষয়টো অৱগত কৰিছিল।

মঙলবাৰে ছোৱালীজনীৰ মাকে অভিযোগ লৈ আৰক্ষীৰ কাষ চাপে। আৰক্ষীুৱাহাটীয়ে জনাইছে যে অভিযুক্ত বৰ্তমান পলাতক হৈ আছে। আনহাতে, চাইল্ডলাইনৰ কৰ্মীসকলে ছোৱালীজনীৰ ভাষ্য গ্ৰহণ কৰিছে।

 

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd