• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্রতিশোধৰ নীচ ৰাজনীতিত নামিল মমতাৰ তৃণমূল? : মুখ্য মন্ত্ৰী সৰ্বানন্দৰ বিৰুদ্ধে গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 8:13 pm
TMC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্রতিশোধৰ নীচ ৰাজনীতিত নামিল নেকি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ? এই প্ৰশ্ন উঠাৰ মূলতে হ’ল- অসমত যোৱা তিনিদিনত নেত্ৰীগৰাকীৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হোৱাৰ পিছত আজি প্ৰতিশোধমূলকভাৱে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দলটোৰ সাংসদ-বিধায়কে।

উল্লেখযোগ্য যে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বিতীয় খচৰা প্ৰকাশৰ পিছত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে ইয়াক লৈ এক হুলস্থূলপূৰ্ণ তথা অপপ্ৰচাৰৰ ৰাজনীতিত লিপ্ত হৈছিল, যাৰ নেতৃত্ব দিছিল খোদ শীৰ্ষনেত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ এন আৰ চিক বাঙালী বিতাড়নৰ ষড়যন্ত্ৰ আখ্যা দিয়াৰ লগতে ধাৰাবাহিকভাৱে বিভিন্ন প্ৰৰোচনামূলক মন্তব্য দি আহিছে। ফলত অসমত বিভিন্ন পক্ষই নেত্ৰীগৰাকীৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰিছিল।

Apply Now

কি্ন্তু ২ আগষ্টত অসম ভ্ৰমণ কৰি শিলচৰত হ’ব লগীয়া এখন সভাত অংশ গ্ৰহণৰ বাবে অহা দলটোৰ ৮জন প্ৰতিনিধিক শিলচৰৰ বিমানবন্দৰতে আটক কৰি ৰখা হয় আৰু ৩ জুলাইত তেওঁলোকক তাৰ পৰাই ঘূৰাই পঠোৱা হয়।

কিন্তু শিলচৰৰ পৰা অধোবদনে ঘূৰি যোৱাৰ পিছতে এই সময়ছোৱাত তেওঁলোকক বে-আইনীভাৱে আটক কৰি ৰখা তথা হাৰাশাস্তি কৰা হৈছিল বুলি গোচৰ দিছে সাংসদ কাকলি ঘোষ দস্তিদাৰ আৰু বিধায়িকা মহুৱা মৈত্ৰই। কাকলি ঘোষে দমদম বিমানবন্দৰৰ আৰক্ষী থানাত গোচৰ দিয়ে।

আনহাতে বিধায়ক মহুৱা মৈত্ৰয়ো আলিপুৰ দুৱাৰ আৰক্ষী থানাত একে ধৰণৰ অভিযোগ আনি গোচৰ দিছে।

স্বাভাৱিকতে ইয়াক প্ৰতিশোধৰ ৰাজনীতি আখ্যা দিছে অসমৰ ৰাইজে। অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াক বাঙালীৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থকা তৃণমূল কংগ্ৰেছৰ এই শেহতীয়া ৰাজনীতিক গৰিহণা দিছে অসমৰ ৰাইজে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd