• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিভাধৰ যুৱ বিজ্ঞানী শিৱাশিসক পাঁচ লাখৰ চেক প্ৰদান বিটিচি প্ৰধান হাগ্ৰামাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 29, 2018 7:24 am
IMG-20180628-WA0037
166
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ সম্ভাৱণাপূৰ্ণ যুৱ বিজ্ঞানী শিৱাশিস কৰক বৃহস্পতিবাৰে বিটিচি প্ৰশাসনৰ তৰফৰ পৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পাঁচলাখ টকাৰ চেক প্ৰদান কৰে ।

উল্লেখ্য যে প্ৰচুৰ সম্ভাৱণাপূৰ্ণ উদীয়মান বিজ্ঞানীজনক কালি বিটিচি প্ৰশাসনৰ তৰফৰ পৰা আঢ়ৈ লাখ আৰু বিপিএফ দলৰ পৰা আঢ়ৈ লাখ টকাৰ দুখন চেক প্ৰদান কৰে।

কোকৰাঝাৰ চহৰৰ বডোফা নৌগৰস্থিত বিটিচি সচিবালয়ৰ সভাকক্ষত কালি দুপৰীয়া যুৱ বিজ্ঞানীগৰাকীক সম্বৰ্ধনা তথা আৰ্থিক অনুদান আগবঢ়োৱাৰ উদ্দেশ্যেই এক অনুষ্ঠানৰ আয়োজন কৰি দুয়োখন চেক বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰদান কৰে।

গোসাঁইগাঁও চহৰৰ ৪ নং ৱাৰ্ডৰ জয়নগৰৰ বাসিন্দা সুজয় কৰ আৰু ফাল্গুনী কৰৰ পুত্ৰ তথা পশ্চিমবংগৰ হলদিয়া ইনষ্টিটিউট অব টেকন’লজীৰ ছাত্ৰ শিৱাশিস কৰে মোবাইলত ভিডিঅ’ কলিঙৰ ক্ষেত্ৰত প্ৰচলিত ২ডিক ৩ডিলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে।

কালি প্ৰতিভাধৰ বিজ্ঞানীজনে সম্বৰ্ধনা তথা আৰ্থিক অনুদান গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় স্মাৰ্ট ফোনত সম্প্ৰতি প্ৰচলিত হৈ থকা ভিডিঅ’ কলিঙৰ ২ডি মুহুৰ্তৰ ভিতৰতে ৩ডিলৈ ৰূপান্তৰিত কৰিব।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd