• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰশিক্ষাৰ্থীৰ বাবে মাজুলীত প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , May 14, 2018 8:31 pm

1 min read

Pre exam training program
62
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ যুৱ প্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষাত আত্মবিশ্বাসেৰে অৱতীৰ্ণ হোৱাত সহায় কৰিব পৰাকৈ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ বিশেষ উদ্যোগত আজিৰে পৰা মাজুলী মহাবিদ্যালয়ত এটা প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়।

মহাবিদ্যালয়খনত আজি বিয়লি ৩.৩০ বজাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপায়ুক্ত মিশ্ৰই এই প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰে।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সহকাৰী আয়ুক্তদ্বয় ডাঃ জোনালী গগৈ আৰু অচ্যুৎ বৰুৱা, উপ-আৰক্ষী অধীক্ষক দ্বীপজ্যোতি তালুকদাৰ, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপকসকল আৰু প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাজুলী মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং কোষৰ সহযোগত আৰম্ভ কৰা প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথমটো ৪০ দিনীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম অহা ৩০ জুনলৈ চলিব।

সুদীৰ্ঘ ১৫ বছৰকাল গুৱাহাটী খানাপাৰাৰ অসম প্ৰশাসনীয় প্ৰাধিকাৰীৰ মহাবিদ্যালয়ত পাঠ্যক্ৰম সঞ্চালক (Course Director) হিচাপে ৰাজ্যৰ ৰাজপত্ৰিত বিষয়াসকলৰ লগতে বাহিৰৰ বিষয়াসকলৰো প্ৰশিক্ষণ পাঠ্যক্ৰম পৰিচালনা কৰাৰ অভিজ্ঞতাৰে পুষ্ট উপায়ুক্ত মিশ্ৰই আজি এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে প্ৰায় ডেৰঘণ্টীয়া প্ৰথমটো প্ৰশিক্ষণমূলক পাঠদান কাৰ্যসূচী অনুষ্ঠিত কৰে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd