DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতি বছৰে বৃদ্ধি পাই আহিছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2018 6:11 pm
exam-image-570x320
440
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৰ্বাঞ্চলত এক সংখ্যক বিদ্যালয় যদিওবা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ চি) অধীনলৈ যাবলৈ সাজু হৈছে, অসমত কিন্তু ৰাজ্যিক বোৰ্ডৰ অধীনত উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে।

মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ (ছেবা) পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই সংবাদ প্ৰতিষ্ঠানৰ আগত জানিবলৈ দিয়ে যে পৰিষদৰ অধীনত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰতি বছৰে পোন্ধৰ হাজাৰকৈ বৃদ্ধি পাই আহিছে।

চলিত বছৰত ৰাজ্যিক বোৰ্ডৰ অধীনত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰায় ৪.০৫ লাথ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল আৰু অৱশেষত ইয়াৰে ৩.৫৬ লাখ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয়। পৰৱৰ্তী বছৰৰ পৰীক্ষাৰ বাবে প্ৰায় ৪.৩৬ লাখ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে। আনহাতে, ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত পৰীক্ষাৰ বাবে ৪.৪৬ লাখ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন সম্পূৰ্ণ কৰিছে।

গোটেই অঞ্চলটোতে চিবিএছচিৰ প্ৰতি চাহিদা বৃদ্ধি পোৱা আৰু বিশেষকৈ কেন্দ্ৰীয় বোৰ্ডৰ অধীনৰ বিদ্যালয়ৰ শিপা চাৰিওপিনে সম্প্ৰসাৰিত হোৱাৰ সময়ত ৰাজ্যিক বোৰ্ডৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাটো তাৎপৰ্যপূৰ্ণ বুলি ছেবাই বিশ্বাস কৰে।

‘’ এই সংখ্যাই দেখুৱায় যে ছেবাই ভাল প্ৰদৰ্শন কৰিছে। চিবিএছচিলৈ বিদ্যালয়ৰ প্ৰব্ৰজনৰ প্ৰসংগটো কাষৰীয়া কৰি থৈও আমি সুখী যে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰতি বছৰে পোন্ধৰ হাজাৰকৈ পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে,’’-পৰীক্ষা নিয়ন্ত্ৰক শৰ্মাই সংবাদ মাধ্যমক এইদৰে কয়।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd