• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাধাৰণ ম’বাইল চোৰক ধৰিবলৈ আৰক্ষীয়ে মাতিব লগীয়া হ’ল এছ ডি আৰ এফক

উদ্দিপ্ত কুমাৰ গোস্বামী by উদ্দিপ্ত কুমাৰ গোস্বামী
December 25, 2017 4:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ খোদ ৰাজধানীতেই আৰক্ষীয়ে আজি এজন সাধাৰণ ম’বাইল চোৰক ধৰিবলৈ এছ ডি আৰ এফক (State Disaster Response Force) মাতিব লগীয়াৰ দৰে ঘটনা ঘটিল। আজি দুপৰীয়া মহানগৰীৰ দিচপুৰ থানাৰ একেবাৰে সন্মুখতেই আৰক্ষীৰ এই ব্যৰ্থতা লাজ লগাকৈ উদং খালে আৰু উপস্থিত বহু সংখ্যক লোক তাৰ সাক্ষী হৈ ৰ’ল। ঘটনাটোৰ কেন্দ্ৰবিন্দু ম’বাইল চোৰজনে আজি ১০.৩০ মান বজাত লাচিত নগৰৰ এটা নৱ নিৰ্মিত বিল্ডিঙৰ নিৰ্মাণ কাৰ্যত জড়িত তেওঁৰ সতীৰ্থ শ্ৰমিক এজনৰ ম’বাইল ফোন এটা লৈ পলায়ন কৰে।

লগে লগে সতীৰ্থ শ্ৰমিক কেইজনে চোৰজনক আটক কৰিবলৈ অহাত গণেশগুৰিৰ হনুমান মন্দিৰৰ ওচৰত দেখে। চোৰজনে সতীৰ্থক দেখা পোৱাৰ লগে লগে নিজকে ৰক্ষাৰ বাবে ওচৰৰে নলাত জঁপিয়াই দিয়ে।ঘটনা সন্দৰ্ভত শ্ৰমিককেইজনে দিচপুৰ আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষী উপস্থিত হয় যদিও পথৰ কাষৰ নলাৰ ভিতৰৰ ফালে সোমাই আত্মগোপন কৰি থকা চোৰজনক কৰায়ত্ত কৰাৰ কৌশল বিচাৰি বহু সময় চেষ্টা অব্যাহত ৰাখে। ফলত বহু সংখ্যক লোকে তেওঁলোকৰ নাটকখন উপভোগ কৰি আমোদ লয়।

Apply Now

হাঁহি উঠা কথাটো হ’ল- এজন সাধাৰণ চোৰে হতবুদ্ধি কৰা দিচপুৰ আৰক্ষীয়ে অৱশেষত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে। এছ ডি আৰ এফ বাহিনীও ঘটনাস্থলীত বহু সময় ধৰি চেষ্টা কৰিহে, তাকো স্থানীয় লোকৰ সহযোগত চোৰজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। সম্প্ৰতি চোৰজনক দিচপুৰ থানাত জেৰা অব্যাহত ৰাখিছে। চোৰজনৰ পৰা আৰক্ষীয়ে ম’বাইলটো জব্দ কৰে। জানিব পৰা মতে চোৰজনে নিজকে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ নিবাসী ইনামূল আকন বুলি কৈছে।

উল্লেখযোগ্য যে এছ ডি আৰ এফ (State Disaster Response Force বা ৰাজ্যিক দুৰ্য্যোগ প্ৰশমন বাহিনী) হ’ল অসম চৰকাৰৰ গৃহ বিভাগৰ দ্বাৰা গঠিত  এনে এটা বাহিনী যিটোৰ কাম হ’ল ৰাজ্যখনত সংঘটিত বিভিন্ন প্ৰাকৃতিক তথা মানৱসৃষ্ট দুৰ্যোগৰ সময়ত জনসাধাৰণক সহায় কৰা তথা উদ্ধাৰ অভিযান চলোৱা। বাহিনীটো কেন্দ্ৰত থকা  National Disaster Response Force(NDRF) অনুকৰণত গঠন কৰা হৈছে।

 

উদ্দিপ্ত কুমাৰ গোস্বামী

উদ্দিপ্ত কুমাৰ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd