DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাপ্য দৰমহা আদায়ৰ দাবীত অনিৰ্দিষ্টকালীন অনশন কাছাৰ কাগজ কল কৰ্মচাৰীৰ

শিভাশীষ চক্ৰৱৰ্তী by শিভাশীষ চক্ৰৱৰ্তী
May 8, 2018 12:24 pm
Cachar-paper-mill-266x200

প্ৰতিনিধিত্বমূলক চিত্ৰ

89
VIEWS
Share on FacebookShare on Twitter

কাছাৰত অৱস্থিত পাঁচগ্ৰাম কাগজ কল কৰ্মচাৰীসকলক বিগত কেইবা মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰি ৰখা আৰু কাগজ কলটো পুনৰুজ্জীৱিতকৰণ কৰাৰ দাবীৰে কলটোৰ কৰ্মচাৰীসকলে আজিৰ পৰা অনিৰ্দিষ্টকাললৈ আৰম্ভ কৰিছে এক অনশন কাৰ্যসূচী।

কাছাৰ কাগজ কল শ্ৰমিক সংগঠনৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যেতিয়ালৈ চৰকাৰে আমাৰ ন্যায্য দাবীসমূহ তথা কাগজ কলটো আনুষ্ঠানিকভাৱে পুনৰুজ্জ্বীৱিতকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈ আমাৰ এই প্ৰতিবাদ চলি থাকিব।

উল্লেখ্য যে সোমবাৰে কাগজ কলটোৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিভিন্ন দাবী সম্বলিত পোষ্টাৰ, বেনাৰ আদি লৈ চহৰৰ মাজমজিয়াৰে এটা বৃহৎ সমদল উলিয়াই অঞ্চলটো পৰিভ্ৰমণ কৰি পুনৰ কাগজ কলটোৰ সন্মুখত উপস্থিত হয়। ইফালে সমদলৰ সময়ত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ প্ৰাপ্য দৰমহা আদায় দিয়া, চাকৰিৰ নিৰাপত্তা প্ৰদান কৰা আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে গভীৰ দুখ প্ৰকাশ কৰি কয় যে কাগজ কলটোৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিগত ২৪ মাহ ধৰি তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ আছে। যোৱা ৩০ এপ্ৰিলতে এই কৰ্মচাৰীসকলক তেওঁলোকৰ অনাদায় ধন আদায় দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু তেওঁলোকৰ দাবী অসাৰত পৰিণত হৈছে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd