• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

প্ৰায় ৯.৪৫ কোটি টকা ব্যয়ৰে মণিপুৰ চৰকাৰে নিৰ্মাণ কৰিব দুটা সংখ্যালঘু হোষ্টেল

চভাপতি চামম by চভাপতি চামম
May 2, 2018 12:03 pm
shyamkumar-go-to-village-570x320

কংগ্ৰেছৰ টিকটত জিকি বিজেপি চৰকাৰত মন্ত্ৰী হোৱা শ্যামকুমাৰ এটা কাৰ্য্যসূচীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ ৰাজ্য চৰকাৰে প্ৰায় ৯.৪৫ কোটি টকা ব্যয় সাপেক্ষেৰে ৰাজ্যখনত আন্দ্ৰো আৰু পইৰ’খঞ্জিনত নিৰ্মাণ কৰিব দুটা সংখ্যালঘু হোষ্টেল । মঙলবাৰে ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্ৰী শ্যামকুমাৰে ‘গাঁৱলৈ বলক’ তথা মণিপুৰৰ স্থানীয় ভাষাত ‘খুংগাং চাটছে’ শীৰ্ষক আঁচনিৰ শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে।

পূব ইম্ফলৰ আন্দ্ৰো বিধানসভা সমষ্টিৰ অন্তৰ্গত য়াম্বেম য়াৰিপকস্থিত য়াম্বেম লেম্পাক কমিউনিটি হলত আয়োজিত উক্ত আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ দুৰ্গম অঞ্চলৰ গাঁওসমূহক সৰ্বাংগীন উন্নয়ন কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী বীৰেন সিঙৰ নেতৃত্বত এই আঁচনিখন শুভাৰম্ভ কৰা হৈছে।

Apply Now

তেওঁ লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহে উক্ত অঞ্চল সমূহত যাতে সহজতে ঢুকি পাই তাৰ বাবে সকলো লোককে ইয়াৰ সুবিধা সমূহ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজৰ অসুবিধা সমূহ দূৰ কৰা তথা চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে সজাগ কৰিবলৈ সকলো বিভাগীয় কৰ্তৃপক্ষকে নিজিৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত উপস্থিত থকা তুলিহাল জিলা পৰিষদৰ সদস্যা কংবাম ইনাওছা দেৱীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ উপৰি আন্দ্ৰো নগৰ পঞ্চায়তৰ অধ্যক্ষ লুখই সিঙে চৰকাৰী আঁচনি সমূহৰ লাভালাভ গ্ৰহণ কৰাত জনসাধাৰণে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৱলীৰ বিষয়ে উল্লেখ কৰে।

ইয়াৰ উপৰি চৰকাৰী আঁচনিসমূহৰ লাভা লাভ গ্ৰহণ কৰিবলৈ বিভিন্ন সমস্যা হোৱা হেতুকে চৰকাৰী প্ৰক্ৰিয়া সমূহ কিছু শিথিল কৰিবলৈ সিঙে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায়।

এই অনুষ্ঠানতে ৰাজ্যখনৰ খেতিয়কসকলৰ মাজত কৃষিজাত সামগ্ৰী, বিদ্যালয় এৰা শিশুসকলৰ মাজত কিতাপ পত্ৰ আদি বিতৰণ কৰাৰ লগতে বন বিভাগৰ উদ্যোগত বিভিন্ন গছপুলি ৰোপন কৰা হয়।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd