• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিৱৰ্তনকামী বিজেপি চৰকাৰে বিনা বেতনভোগী শিক্ষকৰ জীৱনৰ অনিশ্চয়তা বৃদ্ধি কৰিলে : অপূৰ্ব ভট্টাচাৰ্য

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 25, 2018 9:16 pm

2 min read

পৰিৱৰ্তনকামী বিজেপি চৰকাৰে বিনা বেতনভোগী শিক্ষকৰ জীৱনৰ অনিশ্চয়তা বৃদ্ধি কৰিলে : অপূৰ্ব ভট্টাচাৰ্য
103
VIEWS
Share on FacebookShare on Twitter

আজি কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই এখন সংবাদমেল আয়োজন কৰি পৰিৱৰ্তনৰ শ্ল’গান দিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে।

সংবাদমেলত মুখপাত্ৰ গৰাকীয়ে কয় যে বহু প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনো এটা সিদ্ধান্ত ল’ব নোৱাৰা চৰকাৰখনক সহযোগিতা আগবঢ়াইছিল সমাজৰ মেৰুদণ্ড স্বৰূপ শিক্ষক সমাজে। কিন্তু ইয়াৰ বিপৰীতে পৰিৱৰ্তনকামী চৰকাৰখনে বিনা বেতনভূগী শিক্ষক সকলৰ জীৱনৰ অনিশ্চয়তা বঢ়াই তুলিলে।

সংবাদমেলতে তেওঁ ৰাজ্য চৰকাৰে দুটা বছৰ কাৰ্যকাল পাৰ হৈ যোৱাৰ পিছতো যোৱা ১৩ জুলাইত শিক্ষা বিভাগৰ আয়ুক্তই শিক্ষক সকল বৈধ নে অবৈধ প্ৰমাণিত কৰিবলৈ যিখন অধিসূচনা জাৰি কৰিলে সেই অধিসূচনা অযুক্তিকৰ আৰু অমানৱীয় বুলিও সদৰী কৰে।

তাৰোপৰি মুখপাত্ৰ গৰাকীয়ে কয় যে, ‘যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু প্ৰাক্তন শিক্ষা মন্ত্ৰী গৰাকীয়ে শিক্ষক সমাজক পৰৱিৰ্তন আৰু স্বচ্ছতাৰ দোহাই দি বিজেপি চৰকাৰৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনাইছিল।’

গতিকে বৰ্তমান বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰক তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি শিক্ষক সকলক নিয়মীয়াকৰণৰ বাবে সংবাদমেলৰ জৰিয়তে দাবী জনায়।

লগতে তেওঁ এই শিক্ষক সকলৰ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া ২০১৬ চনৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলৰ শেষৰখন কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও কাৰ্যকৰী কৰিবলৈ নৌপাওঁতেই ৰাজ্যত নিৰ্বাচনী অধিসূচনা ঘোষণা কৰা হ’ল বুলি কয়।

আনহাতে দীৰ্ঘদিন ধৰি বিনা বেতনে কৰ্মৰত শিক্ষকসকলৰ হতাশগ্ৰস্থতাই আত্মজাহৰ দৰে বেদনাদায়ক আৰু স্পৰ্শকাতৰ সিদ্ধান্ত ল’বলৈ তেওঁলোকক বাধ্য কৰাইছে বুলি সদৰী কৰি তেওঁ ‘তেওঁলোকৰ এই আত্মজাহৰ সিদ্ধান্ত পৰিহাৰ কৰিবৰ বাবে সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।

তদুপৰি উক্ত সংবাদমেলতে ‘বিশ্ববিদ্যালয় অনুদান আয়োগ’ৰ বিষয়টো উত্থাপন কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে, ‘দেশৰ উচ্চ শিক্ষাৰ উন্নয়নৰ অৰ্থে গঠিত ‘বিশ্ব বিদ্যালয় অনুদান আয়োগ’(ইউজিছি) ভংগ কৰি ‘উচ্চ শিক্ষা আয়োগ আইন’ বলবৎ কৰিব বিচৰা প্ৰক্ৰিয়াটোৰ আমি বিৰোধিতা কৰো। কাৰণ এনে সিদ্ধান্তই বিশ্ববিদ্যালয়, মহাবিদ্যালয় তথা আইন শিক্ষাৰ বিকাশ আৰু প্ৰসাৰত অন্তৰায় হ’ব। লগতে অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতা বিনষ্ট হ’ব।’

Recent News

Bullet Thali

৬০ মিনিটত এই ‘বুলেট থালী’ খাই শেষ কৰিব পাৰিলে লাভ কৰিব এখন ‘এনফিল্ড বুলেট’, ক’ত?

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd