• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফায়াৰিং ৰেঞ্জৰ নামত এছ এছ বিৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে সোণাপুৰত প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2018 8:54 am
আমৰি -কাৰ্বি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোণাপুৰ ৰাজহচক্ৰৰ অধীনৰ বান্দৰগোগত  কেইবাশ বিঘা ভূমি এছ এছ বিৰ ফায়াৰিং ৰেঞ্জৰ বাবে ভূমি অধিগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাত জাঙুৰ খাই উঠিছে ৰাইজ।

বান্দৰগোগত এছ এছ বিৰ ভূমি অধিগ্ৰহণ বন্ধ কৰা, ডিমৰীয়াৰ জনজাতি আৱেষ্টনী সাংবিধানিক সুৰক্ষা প্ৰদান কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত বুধবাৰে শ শ আমৰি কাৰবি জনগোষ্ঠীৰ পুৰুষ-মহিলাই সোণাপুৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

আমৰি কাৰবি জাতীয় পৰিষদ, আমৰি কাৰবি ছাত্ৰ সন্থা, আমৰি কাৰবি বাংঠে আচেম, আমৰি কাৰবি আৰ্লচ আচেম, আমৰি কাৰবি ৰূপচ্যাক আচেম, আমৰি কাৰবি চৰণাম আৰ্হচি আচেমৰ আহ্বানত আমৰি কাৰবি জনগোষ্ঠীৰ কেইবাশ পুৰুষ-মহিলাই প্ৰথমে বালি গেটত সমৱেত হয়।

দল-সংগঠনসমূহৰ কৰ্মীসকলে বালি গেটৰ পৰা এক দীঘলীয়া প্ৰতিবাদী সমদল উলিযায়। প্ৰতিবাদকাৰীসকলে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ সোণাপুৰ নতুন বজাৰেৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখভাগত উপস্থিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে।

প্ৰতিবাদীকাৰী ৰাইজে কোনো পৰিস্থিতিতে ডিমৰীয়াৰ কোনো ভূমি অধিগ্ৰহণ কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী সভাত আমৰি কাৰবি ছাত্ৰ-সন্থাৰ কুমুদ তুমুং, ৰমেন কাঠাৰ, আমৰি কাৰবি জাতীয় পৰিষদৰ সভাপতি পদুম ইংতি, আমৰি কাৰবি উন্নয়ন পৰিষদৰ অধ্যক্ষ ইন্দ্ৰেশ্বৰ টেৰণে ভাষণ প্ৰদান কৰে।

প্ৰতিবাদী সভাৰ পিছতে সংগঠনকেইটাৰ প্ৰতিনিধিয়ে চক্ৰ বিষয়া জেনিফাৰ য়াচমিন চৌধুৰীৰ হাতত ভূমি অধিগ্ৰহণ বন্ধ কৰাৰ দাবী সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

আনহাতে, চক্ৰ বিষয়াগৰাকীয়ে বান্দৰগোগৰ উক্ত ভূমি পৰিদৰ্শন কৰা হৈছিল যদিও সেই ভূমি অধিগ্ৰহণ কৰা নহয় আৰু তাত ফায়াৰিং ৰেঞ্জ স্থাপন নহয় বুলি প্ৰতিবাদকাৰীসকলক অৱগত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd