• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেব্ৰুৱাৰীৰ ৪ তাৰিখৰ পৰা দুলীয়াজানত আৰম্ভ হ’ব টাটা ফুটবল একাডেমীৰ নিৰ্বাচনী প্ৰক্ৰিয়া

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 25, 2018 5:58 pm
আগন্তুক টাটা ফুটবল একাডেমীৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে দুলীয়াজান ফুটবল একাডেমীৰ খেলপথাৰত খেলুৱৈসকলে অনুশীলন কৰিছে।

আগন্তুক টাটা ফুটবল একাডেমীৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে দুলীয়াজান ফুটবল একাডেমীৰ খেলপথাৰত খেলুৱৈসকলে অনুশীলন কৰিছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুলীয়াজান ফুটবল একাডেমীয়ে অহা ৪ ফেব্ৰুৱাৰীৰ পৰা দুলীয়াজান ফুটবল একাডেমীৰ খেলপথাৰত ৰাজ্যখনৰ ৫,২০১৮ গৰাকী উদিয়মান ফুটবল খেলুৱৈৰ বাবে টাটা ফুটবল একাডেমীলৈ নিৰ্বাচনৰ উদ্দেশ্যে এক নিৰ্বাচনী প্ৰক্ৰিয়াৰ আয়োজন কৰিছে।

টাটা ফুটবল একাডেমীয়ে একাডেমীলৈ খেলুৱৈ অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Apply Now

দুলীয়াজান ফুটবল একাডেমীৰ সভাপতি মাধব বুঢ়াগোঁহাইয়ে  কয় যে যোৱা ২০১৭ চনৰ ২৪ নৱেম্বৰৰ পৰাই প্ৰতিভাৱান খেলুৱৈক টাটা ফুটবল একাডেমীলৈ নিৰ্বাচন কৰাৰ বাবে ঝাৰখণ্ডৰ ৰাঁচীত প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল।

‘’দুলীয়াজান ফুটবল একাডেমীয়ে অসমৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে খেলুৱৈ নিৰ্বাচিত কৰিছে। আমি গৌৰৱান্বিত যে টাটা ফুটবল একাডেমীয়ে প্ৰক্ৰিয়াটোৰ বাবে আমাৰ খেলপথাৰখন নিৰ্বাচিত কৰিছে। প্ৰাথমিকভাৱে নিৰ্বাচিত  খেলুৱৈসকলে চূড়ান্ত নিৰ্বাচনৰ বাবে জামছেদপুৰলৈ যাব লাগিব,’’-বুঢ়াগোঁহাইয়ে কয়।

তেওঁ লগতে কয় যে টাটা একাডেমীলৈ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো অত্যন্ত  প্ৰতিযোগিতামূলক আৰু গোটেই দেশৰে কিছু সংখ্যক শ্ৰেষ্ঠ প্ৰতিভাক আকৰ্ষণ কৰে।

প্ৰাৰ্থীসকলক তেওঁলোকৰ প্ৰদৰ্শনত মেচৰ পৰিস্থিত, কাৰিকৰী দক্ষতা, কৌশলগত সজাগতা আৰু শাৰিৰীক সক্ষমতা পৰীক্ষা কৰা হয়।

‘’ টাটা ফুটবল একাডেমীত নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ বাবে ৰাজ্যখনৰ উদিয়মান খেলুৱৈসকলে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিব লাগিব। আমাৰ কিছুসংখ্যক যুৱ ফুটবলাৰে অতি উৎসাহী হৈ পৰিছে আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে কঠোৰ অনুশীলন চলাইছে,’’-দুলীয়াজান ফুটবল একাডেমীৰ সম্পাদক জিতু ছেত্ৰীয়ে নৰ্থ ইষ্ট নাওৰ আগত এনেদৰে কয়।  তেওঁ লগতে কয় যে ‘ৱিনিত ৰাই চামলিং দুলীয়াজান ফুটবল একাডেমীৰ পৰাই যোৱা আৰু তেঁৱো টাটা ফুটবল একাডেমীলৈ নিৰ্বাচিত হৈছিল। এতিয়া তেওঁ আইএছএলত দিল্লী ডায়নামোছৰ হৈ খেলি আছে।‘’

ছেত্ৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা ফুটবল খেলুৱৈসকলে ভাল ফুটবল খেলেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে।

তেওঁ লগতে কয় যে যিসকল খেলুৱৈয়ে প্ৰক্ৰিয়াটোত যোগদান কৰিবলৈ ইচ্ছুক তেওঁলোকে নিজৰ স্কুলৰ প্ৰমান পত্ৰ আৰু আন গুৰুত্বপূৰ্ণ নথি লগত লৈ আহিব লাগিব।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd