DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঢ়মপুৰৰ মহাজাগতিক পৰিঘটনা পৰ্যবেক্ষণৰ বাবে আহিব ভাৰতীয় বতৰ বিজ্ঞানীৰ দল

মিণ্টু দাস by মিণ্টু দাস
August 2, 2018 5:09 pm
nagoan-570x320
84
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ বঢ়মপুৰ অঞ্চলৰ ঘোগৰ জলাহত শনিবাৰে মহাজাগতিক পৰিঘটনাৰ দৃশ্য সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে বিষযটো দেশজুৰি চৰ্চা হৈছে। দিল্লীৰ পৰা টেলিফোন যোগে ভাৰতীয় বতৰ বিজ্ঞানীয়ে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছে। বতৰ বিজ্ঞানীৰ লগত যোগাযোগ হোৱাৰ পাছত উপায়ুক্ত কাৰ্যালয়ে আজি বা-মাৰলিৰ উৎপত্তিস্থলৰ চিনাক্ত কৰিবলৈ দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াক বুজ ল’বলৈ বঢ়মপুৰলৈ প্ৰেৰণ কৰে।

আনহাতে, দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াগৰাকীয়ে উৎপত্তিস্থল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে সাধাৰণতে এনে দৃশ্য সাগৰত প্ৰত্যক্ষ হয় যদিও সমতল ভূমিত এনে দৃশ্য দুৰ্লভ। তেওঁ লগতে জানিব দিয়ে যে, অচিৰেই এই বিৰল ঘটনাৰ উৎপত্তিৰ কাৰণ বিচাৰি ভাৰতীয় বতৰ বিজ্ঞানীৰ এটা দল আহিব।

উল্লেখযোগ্য যে, এক মহাজাগতিক পৰিঘটনাই নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলত এক জোৱাৰৰ সৃষ্টি কৰে। ডাৱৰীয়া বতৰৰ মাজতে হঠাত আকাশৰ পৰা এডাল ৰেখাৰ দৰে পৃথিৱীলৈ নামি আহে ডাৱৰ। ক্ৰমান্বয়ে নামি আহিল ডাৱৰ আৰু বঢ়মপুৰৰ ঘোগৰ জলাহৰ পানীত উঠি গ’ল ওপৰলৈ। এনেদৰে আকাশৰ পৰা নামি অহা ডাৱৰ আৰু জলাহৰ পৰা উঠি যোৱা পানী সংযোগ হৈ এডাল ৰেখাৰ সৃষ্টি কৰি একাকাৰ কৰি তোলে মহাকাশ আৰু পৃথিৱী।

এই দৃশ্য দেখাৰ পিছত আতংকিত হৈ পৰিছিল বঢ়মপুৰৰ ঘোগৰ জলাহৰ কাষৰ পথাৰত কাম কৰি থকা একাংশ লোক। আকাশৰ ডাৱৰ আৰু জলাহৰ পানীয়ে সৃষ্টি কৰা ৰেখাডাল বহু সময় ধৰি চলন্ত অৱস্থাত আছিল।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd