• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে নগাওঁবাসীৰ

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
, November 24, 2017 9:23 am

2 min read

বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে নগাওঁবাসীৰ

ফাইল ফটো।

83
VIEWS
Share on FacebookShare on Twitter

বন বিভাগৰ অকৰ্মণ্যতা-অচেতনাৰ বাবে যিদৰে বনৰীয়া হাতী ইটোৰ পিছত সিটোৰ মৃত্যু হৈছে, সেইদৰে বনৰীয়া হাতীৰ উৎপাতত মানুহৰ টোপনি হৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি মানুহৰ বসতি ভূমিত বিচৰণ কৰা বনৰীয়া হাতীৰ তাণ্ডৱে অতিষ্ঠ কৰি তুলিছে নগাওঁবাসীক। নগাওঁ জিলাৰ বিভিন্ন অঞ্চলত প্ৰায় প্ৰতিটো নিশাই হাতীয়ে উপদ্ৰৱ চলোৱা বুলি ভুক্তভোগী ৰাইজে জানিবলৈ দিছে। নগাওঁ জিলাৰ চামগুৰি, পুৰণিগুদাম, বঢ়মপুৰ অঞ্চলৰ কৃষক ৰাইজক হাতীৰ উপদ্ৰৱৰ পৰা সুৰক্ষা দিবলৈ বন বিভাগক বাৰে বাৰে জনাই আছে যদিও বন বিভাগে উপযুক্ত ব্যৱস্থা ল’ব পৰা নাই। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে নষ্ট কৰি পেলাইছে বহু কৃষকৰ সপোনৰ সোণোৱালী ধাননি। নগাওঁত  শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়কে ধৰি অন্য বহু কেইটা বন বিভাগৰ কাৰ্য্যালয় আছে বিষয়া-কৰ্মচাৰী সকলে উপযুক্ত কাৰ্য্যব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। খবৰমতে নিশা শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদাম নিকটৱৰ্তী জলাহগাঁৱত বনৰীয়া হাতীৰ প্ৰায় ৭০-৮০জনীয়া এটা দলে ওৰে নিশা সন্ত্ৰাসৰ সৃষ্টি কৰে  আৰু জলাহগাঁৱৰ পথাৰত কৃষকৰ প্ৰায় ৫০ বিঘা কৃষিভূমি তহিলং কৰে। লগতে মানুহৰ ঘৰ-দুৱাৰ, বাৰীৰ গছ-গছনিও ভাঙি এক ধ্বংস কৰে। পিছত অৱশ্যে স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ এটি দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বন্যহস্তী খেদাৰ ব্যৱস্থা কৰে।

Recent News

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd