• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বনৰীয়া হাতীৰ আক্ৰমণত বিহালীত এজনৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, বিহালী :
, November 26, 2017 9:47 am

1 min read

বনৰীয়া হাতীৰ আক্ৰমণত বিহালীত এজনৰ মৃত্যু
74
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে। নিহত লোকজনক বিহালীৰ বৰাজুলি গাঁৱৰ গকুল দাস বুলি চিনাক্ত কৰা হৈছে।

যোৱা নিশা বৰাজুলি অঞ্চলত এটা হাতীৰ জাক প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিষয়াৰ দল এটা আহি হাতীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা কৰে। ইয়াৰ মাজতে বন বিভাগৰ দলটোক সহায় কৰিবলৈ গকুল দাস ঘৰৰ পৰা ওলাই আহিছিল। নিশা প্ৰায় এঘাৰ বজাত বনকৰ্মীৰ সৈতে হাতী খেদি থকা গকুল দাসক পালটোৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা গকুলৰ কিছু সময় পিছতে মৃত্যু হয়। বৃত্তিত এগৰাকী কৃষক আছিল ৪৫ বছৰীয়া গকুল দাস।

মৃত্যুৰ সময়ত গকুল দাসে চাৰিটা সন্তানসহ পত্নীক এৰি থৈ যায়। আৰ্থিকভাৱে নিঃস্ব কৃষক গকুল দাসৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত থকা অঞ্চলটোত হাতীৰ সন্ত্ৰাস ৰোধ কৰাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। বন বিভাগৰ লোকৰ সন্মুখতে হাতীৰ আক্ৰমণত এগৰাকী দৰিদ্ৰ কৃষকৰ মৃত্যুৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই ৰাইজে।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd