• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন বিভাগৰ ৰাইনো টাস্ক ফৰ্চত স্থানীয় প্ৰাৰ্থীক বঞ্চিত কৰাৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিবাদ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 10, 2018 4:43 pm
Protest held at Kaziranga
118
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা আৰু ইয়াৰ কাষৰীয় পাচঁখন জিলাক সামৰি বনবিভাগে গঠন কৰিব বিচৰা ৰাইনো টাস্ক ফৰ্চৰ নিৰ্বাচনী প্ৰক্ৰিয়াত স্থানীয় যুৱক-যুৱতী সকলক বঞ্চিত কৰাৰ অভিযোগ তুলি আজি কাজিৰঙাৰ কহঁৰাত বিভিন্ন জাতীয় দল সংগঠন তথা স্থানীয় লোকে মিলি প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বিগত সময়ত কাজিৰঙাত উপস্থিত হৈ গঁড় সুৰক্ষাৰ স্বাৰ্থত কাজিৰঙাৰ স্থানীয় তথা দাঁতিকাষৰীয়া নিবনুৱা যুৱক-যুৱতীক লৈ  ৰাইনো টাস্ক ফৰ্চ  নামৰ এক বাহিনী গঠন কৰা হ’ব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

এই উদ্দেশ্যে যোৱা বছৰৰ নবেম্বৰৰ ৭ তাৰিখৰ পৰা চলিত বৰ্ষৰ ৬ জানুৱাৰী লৈকে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত শাৰিৰীক পৰীক্ষাও অনুষ্ঠিত কৰা হৈছিল ৷

কিন্তু শৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো স্থানীয় এজনো প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰা নাই বুলি বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় বিভিন্ন জাতীয় দল সংগঠনে ৷

শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা স্থানীয় প্ৰাৰ্থীক এইদৰে  লিখিত পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত আজি কাজিৰঙাৰ বন বিভাগৰ কাৰ্য্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছু, আটছা, আটাছু , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ কে ধৰি বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

কাজিৰঙাক লৈ ৰাজনীতি নচলিব , বনমন্ত্ৰী হুচিঁয়াৰ , বন বিভাগৰ ময়মতালী নচলিব, বন বিভাগ হাঁয় হাঁয় আদি শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ৷

প্ৰতিবাদী দল সংগঠন সমূহে বনবিভাগৰ এনে কাৰ্য্যক সমালোচনা কৰি অতি শীঘ্ৰে এই বাচনি তালিকা পুনৰ বিবেচনা কৰিবলৈ দাবী জনায়, অন্যথা পৰৱৰ্তী সময়ত আৰু অধিক প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলাৰ হব বুলিও ঘোষণা কৰে ৷

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd