• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বহিঃৰাজ্যৰ গামোচা, চাদৰ-মেখেলাৰ বিৰুদ্ধে টিহুৰ ৰাজপথত শিপিনীৰ সজাগতামূলক শোভাযাত্ৰা

উৎপল গোস্বামী by উৎপল গোস্বামী
March 24, 2018 2:45 pm
tihu sipini groups
157
VIEWS
Share on FacebookShare on Twitter

আজি টিহু উন্নয়ন খণ্ড আৰু গামোচা এন.জি.অ.ৰ যুটীয়া সহযোগত টিহুত বহিঃৰাজ্যৰ যন্ত্ৰচালিত শালত উৎপাদিত আৰু আমাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিক্ৰী হৈ থকা চালানী গামোচা,চাদৰ মেখেলা আদিৰ প্ৰচলন ৰোধ কৰি থলুৱা ভাবে উৎপাদিত গামোচা, মেখেলা, চাদৰ আদি কিনাৰ প্ৰতি মানুহৰ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এক সজাগতামূলক শোভাযাত্ৰাৰ আয়োজন কৰা হয় ।

টিহু উন্নয়ন খণ্ডৰ প্ৰায় এঘাৰ শ মহিলা আত্মসহায়ক গোটে ভাগ লোৱা এই শোভাযাত্ৰাত মহিলা সকলে হাতে হাতে পোষ্টাৰ বেনাৰ আদি লৈ “অসম দেশ শিপিনীৰ দেশ, বহিঃৰাজ্যৰ গামোচা, মেখেলা চাদৰ বিক্ৰী বন্ধ কৰক, বহিঃৰাজ্যৰ কাপোৰ বৰ্জন কৰক ” আদি ধ্বনিৰে টিহুৰ আকাশ বতাহ কপাই তোলে । প্ৰায়  ডেৰ কিলোমিটাৰ জোৰা এই শোভাযাত্ৰা টিহু উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হৈ টিহু হৰি মন্দিৰ প্ৰাংগনত শেষ হয় । ইয়াত এখন সভা অনুষ্ঠিত কৰা হয় আৰু সভাত উপস্থিত থকা টিহু খণ্ড উন্নয়ন বিষয়া, নলবাৰী হস্ত তাঁত আৰু বস্ত্ৰ উদ্যোগৰ পৰিদৰ্শক আৰু অন্যান্য বিষয়ববীয়াই উপস্থিত শিপিনী সকলৰ সৈতে মতবিনিময় কৰে ।

জীৱিকা সখী ৰীতা ৰাজবংশী আৰু আৰতি ৰাজবংশীয়ে জানিবলৈ দিয়া মতে  অহা বহাগ বিহুৰ আগে আগে টিহুত  থলুৱাভাৱে উৎপাদিত কাপোৰৰ মেলা এখনো আয়োজন কৰাৰ কথা ইয়াত আলোচনা কৰি সিদ্ধান্ত লোৱা হয় ।

এনেধৰণৰ কাৰ্যসূচীয়ে এই অঞ্চলৰ থলুৱা বস্ত্ৰ শিল্পক উদগনি দিয়াৰ উপৰিও গ্ৰাম্য অৰ্থনীতিত নাৰীৰ ভুমিকা আৰু নাৰী সবলীকৰণৰ ওপৰতো যথেষ্ট যোগাত্মক অৰিহণা আগবঢ়াব বুলি ৰাইজে সন্তুষ্টিমুলক মন্তব্য কৰে ।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd