DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বহিঃৰাজ্যৰ যুৱকক চাকৰিৰ প্ৰলোভনেৰে মহানগৰীৰ এপাৰ্টমেণ্টত আবদ্ধ কৰি ৰখা অভিযুক্তক গ্ৰেপ্তাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 13, 2018 10:27 pm
বহিঃৰাজ্যৰ যুৱকক চাকৰিৰ প্ৰলোভনেৰে মহানগৰীৰ এপাৰ্টমেণ্টত আবদ্ধ কৰি ৰখা অভিযুক্তক গ্ৰেপ্তাৰ

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰঞ্জন প্ৰসাদ ৰজক।

22.8k
VIEWS
Share on FacebookShare on Twitter

চাকৰি দিয়াৰ প্ৰলোভনেৰে বহিঃৰাজ্যৰ যুৱকক মাতি আনি মহানগৰীৰৰ ভেটাপাৰাৰ ৰিজন পেৰেডাইজ নামৰ এপাৰ্টমেণ্টটোত চাৰিজন যুৱকক আবদ্ধ কৰি ৰখা ঘটনা সন্দৰ্ভত দেওবাৰে হাতীগাওঁ আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন ৰঞ্জন প্ৰসাদ ৰজক বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

উল্লেখযোগ্য যে যোৱা জানুৱাৰি মাহত কৰ্ণাটক, উৰিষ্যা আৰু হিমাচল প্ৰদেশৰ চাৰিজন তীব্বতীয় যুৱকক চাকৰি দিয়াৰ প্ৰলোভনেৰে মাতি আনি দুৰ্বৃত্তই উক্ত এপাৰ্টমেণ্টটোৰ এটা বন্ধ কোঠাত আৱদ্ধ কৰি ৰাখিছিল। পাছত বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে যুৱককেইজনক উদ্ধাৰ কৰিছিল।

তাৰ পিছতে যুৱককেইজনে আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত হাতীগাওঁ আৰক্ষীয়ে ৬৩/১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছ্লি। এই গোচৰৰ তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে ১৩ মে’ত হাতীগাওঁ আৰক্ষীয়ে নুনমাটিৰ এটা ভাৰাঘৰৰ পৰা অভিযুক্ত ৰঞ্জন প্ৰসাদ ৰজকক গ্ৰেপ্তাৰ কৰিছে।

 

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd