DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, December 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home প্ৰতিৱেশী

বাংলাদেশৰ কক্স বজাৰৰ ৰহিঙীয়া শৰণাৰ্থী শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2018 11:12 am
ৰহিঙীয়া শৰণাৰ্থী শিবিৰ
109
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰি থকা ৰহিঙীয়া শৰণাৰ্থীৰ এক আশ্ৰয় শিবিৰত দুটা বনৰীয়া হাতীয়ে চলোৱা আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

প্ৰাপ্ত তথ্য মতে বাংলাদেশৰ কক্স বজাৰ জিলাৰ উখিয়াত অৱস্থিত কুটুপালং লম্বচীয়াৰ ১ নং ৰহিঙীয়া শৰণাৰ্থী শিবিৰত শুক্ৰবাৰে বনৰীয়া হাতীৰ দ্বাৰা উক্ত আক্ৰমণ সংঘটিত হয়।

আক্ৰমণটোৰ ফলত নিহত হোৱা লোকজনক য়াকুব আলী বুলি চিনাক্ত কৰা হৈছে।  বনৰীয়া হাতীৰ গছকত য়াকুব আলীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পত্নী আনোৱাৰা বেগম আৰু পুত্ৰ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।

উক্ত লোককেইজনক আক্ৰমণ কৰাৰ উপৰি বনৰীয়া হাতীয়ে শৰণাৰ্থী শিবিৰটোৰ মধুচৰা এলেকাত থকা ৬ টা অস্থায়ী আশ্ৰয় গৃহ ভাঙি পেলায়।

যোৱা বছৰো কুটুপালং শৰণাৰ্থী শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত দুটি শিশুকে ধৰি ৬ জন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল।

Recent News

BJP MLA ordered to shut down non-veg stalls

বন্ধ কৰক পথৰ কাষৰ সকলো আমিষ খাদ্যৰ দোকান! জয়ী হৈয়েই নিৰ্দেশ বিজেপি বিধায়কৰ

election result

পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ তাৎপৰ্য

India vs Australia

অধিনায়ক সূৰ্যৰ কি মন্ত্ৰণাই শেষৰ অভাৰত দিছিল মানসিক শক্তি! ক’লে অৰ্শ্বদীপ সিঙে

Mizoram Lalduhoma

লালডুহোমা: এসময়ত ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এতিয়া মিজোৰামৰ সম্ভাৱ্য মুখ্যমন্ত্ৰীলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd