DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক দুৰ্নীতিৰ গোচৰত ৫ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2018 9:36 pm
Khaleda-zia-570x320
164
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ঢাকাৰ এখন আদালতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দলৰ নেত্ৰী খালেদা জিয়াক দুৰ্নীতিৰ এক গোচৰত ৫ বছৰৰ বাবে কাৰাদণ্ড ৰায় দিয়ে।

বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ নেত্ৰী ৭২ বছৰীয়া খালেদা জিয়াই এই আৱেদনৰ বিৰুদ্ধে পুনৰ আৱেদন কৰাৰ আশা কৰা হৈছে।

এই ৰায়টোৰ পিছতে আদালতৰ বাহিৰত নেত্ৰীগৰাকীৰ হেজাৰ সংখ্যক সমৰ্থকৰ সৈতে আৰক্ষীৰ খণ্ডযুদ্ধ সংঘটিত হয়।

৫নং বিশেষ আদালতৰ ন্যায়াধীশ মহম্মদ আখটাৰুজ্জামানে খালেদা জিয়াক সশ্ৰম কাৰাদণ্ডৰ ৰায়টো প্ৰদান কৰে।

জিয়া অনাথ ন্যাসৰ বাবে ধাৰ্য পুঁজিৰ খেলিমেলিৰ অভিযোগত আন পাঁচগৰাকী ব্যক্তিৰ সৈতে জিয়াক অভিযুক্ত কৰা হৈছিল।

অহা ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ আগেয়ে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ এই গোচৰটোত জিয়াৰ জ্যেষ্ঠ পুত্ৰ তথা তেওঁৰ ৰাজনৈতিক উত্তৰসূৰী তাৰিক ৰহমান আৰু আন চাৰিগৰাকীক ১০ বছৰৰ কাৰদণ্ড বিহা হৈছে।

বিএনপিৰ উপসভাপতি ৰহমানে বিগত ৯ বছৰ ধৰি লণ্ডনত বসবাস কৰি আছে।

১০ বছৰৰ কাৰাদণ্ড বিহা আন চাৰিগৰাকী হৈছে প্ৰাক্তন আইন প্ৰণেতা কাজী ছালিমুল হক, জিয়াৰ প্ৰাক্তন প্ৰধান সচিব কামাল উদ্দিন ছিদ্দিকি, জিয়াৰ ভতিজা মমিনুৰ ৰহমান আৰু ব্যৱসায়ী ছৰিফুদ্দিন আহমেদ।

 

Recent News

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd