• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাইচুং ভূটীয়াই আজি এৰিলে তৃণমূল কংগ্ৰেছ : এতিয়ালৈকে আন দলত যোগ দিয়া নাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 26, 2018 4:29 pm

1 min read

বাইচুং ভূটীয়াই আজি এৰিলে তৃণমূল কংগ্ৰেছ : এতিয়ালৈকে আন দলত যোগ দিয়া নাই
63
VIEWS
Share on FacebookShare on Twitter

প্ৰখ্যাত ফুটবল খেলুৱৈ, ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই আজি তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰিছে।

ফে’চবুক যোগে তৃণমূল ত্যাগ কৰাৰ কথা ঘোষণা কৰি বাইচুঙে জনাইছে যে এতিয়া তেওঁ কোনো দলৰ সদস্য নহয়।

বাইচুঙে তৃণমূল কংগ্ৰেছৰ হৈ ২০১৪ চনত দাৰ্জিলিং লোকসভা সমষ্টিত আৰু ২০১৬ চনত শিলিগুৰি বিধানসভা সমষ্টিত দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল।

baichung left trinamool

তৃণমূল কংগ্ৰেছে এতিয়ালৈকে এই সন্দৰ্ভত কোনো দলীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

খেলুৱৈগৰাকীয়ে কোনো দলত সদ্যহতে যোগদান কৰা নাই যদিও কিছুদিন পূৰ্বে তেওঁ বংগৰ ৰাজনীতি এৰি ছিকিমৰ ৰাজনীতিত প্ৰৱেশৰ মন মেলিছে বুলি খবৰ ওলাইছিল।

ছিকিমৰ শাসকীয় দল ছিকিম গণতান্ত্ৰিক মৰ্চাৰ নেতা তথা ৰাজ্যৰ বন মন্ত্ৰী শ্বেৰিং ৱাংডি লেপ্চাই ভূটিয়াই ছিকিমৰ ৰাজনীতিলৈ আহিব খোজা বোলা বাতৰিক আদৰণি জনাই ‘বাইচুং হৈছে ছিকিমৰ সন্তান আৰু তেওঁৰ ক্ৰীড়া নৈপুণ্যই ছিকিমৰ লগতে দেশখনৰ বাবে সন্মান কঢ়িয়াই আনিছে। আমি তেওঁক লৈ অত্যন্ত গৌৰৱান্বিত। ছিকিমৰ জনসাধাৰণৰ প্ৰতি মোৰ এটাই অনুৰোধ তেওঁলোকে এই নতুন পৰিস্থিতিটোৰ প্ৰতি সজাগ হওক আৰু এই ঘটনা প্ৰবাহৰ ওপৰত দৃষ্টি ৰাখক যিটো ছিকিমৰ ৰাজনৈতিক ক্ষেত্ৰখন অস্থিৰ কৰাৰ কৌশলো হ’ব পাৰে’ বুলি কৰা মন্তব্য তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছিল।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd