• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাইহাটা চাৰিআলিত শোকাৱহ দুৰ্ঘটনা : চালকৰ দৌৰাত্ম্যৰ বাবে পংগুত্বৰ গ্ৰাসত পৰিল দুই সম্পৰ্কীয় ভাতৃ-ভগ্নী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 8:11 am
দুৰ্ঘটনা
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ দেউদুৱাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত চালকৰ দৌৰাত্ম্যত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ।

এই শোকাৱহ দুৰ্ঘটনাৰ ফলত  দুই সম্পৰ্কীয় ভাতৃ-ভগ্নী গুৰুতৰভাৱে আহত হৈ চিৰদিনৰ বাবে পংগুত্বক আকোৱালি ল’ব লগা হয়।

Apply Now

শুকুৰবাৰে পুৱা ৬ মান বজাত সম্পৰ্কীয়  দুই ভাতৃ-ভগ্নী গুৱাহাটীৰ শান্তিপুৰৰ লক্ষী তালুকদাৰৰ পুত্ৰ অবিনাশ তালুকদাৰ(২৯)  আৰু মহানগৰীৰ লংকেশ্বৰ নিবাসী অমল চন্দ্ৰ দাসৰ কন্যা হিমাদ্ৰী দাসে (২৩) এ এচ ০১ বি এইচ ৫২১১ মটৰচাইকেলখনেৰে গুৱাহাটীৰ পৰা বৰপেটালৈ গৈ আছিল।

ইয়াৰ মাজতে  ফোন ৰিচিভ কৰাৰ বাবে দেউদুৱাৰত পথৰ দাঁতিত ক্ষণিকৰ বাবে তেওঁলোকে ৰয় ।

কিছু মুহুৰ্তৰ ব্যৱধানত পিছফালৰ পৰা তীব্ৰ বেগত অহা নিয়ন্ত্ৰণহীন টাটা ডি আই বাহন এখনে মটৰ চাইকেল খনৰ লগতে  দুয়ো ভাতৃ- ভগ্নীক তীব্ৰজোৰে খুন্দিওৱাৰ ফলত যুৱক যুৱতীদ্বয়ৰ একোখনকৈ ভৰি চিগাৰ উপৰি যুৱকজনৰ ছিন্ন ভৰিখন বহু  দূৰৈত ছিটিকি পৰে ।

স্থানীয় লোকসকলে ততাতৈয়াকৈ  দুয়োজনকে উদ্ধাৰ কৰি আমিনগাঁৱস্থিত নাৰায়ণা চুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ প্ৰেৰণ কৰে ।

চিকিৎসকে তৎকালীনভাৱে অধিক উন্নত চিকিৎসাৰ বাবে প্ৰদান কৰা পৰামৰ্শ অনুসৰি অবিনাশ তালুকদাৰক এয়াৰ এম্বুলেঞ্চৰ বিমান যোগে পাটনালৈ নিয়াৰ ব্যৱস্থা কৰে আৰু  হিমাদ্ৰী দাসক গুৱাহাটীৰ  এপল’ ইন্টাৰনেশ্যনেল হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে টাটা ডি আইখন। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঘটনাৰ বিষয়ে লগে লগে খবৰ দিয়াৰ পিছতো প্ৰায় এঘন্টা পলমকৈহে ঘটনাস্থলীত উপস্থিত হয় চাংসাৰি আৰক্ষী। আৰক্ষীৰ এনে কাৰ্যত ঘটনাস্থলীত উপস্থিত লোকসকল ক্ষুব্ধ হৈ পৰে।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

June 11, 2026 2:38 pm
ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

June 11, 2026 2:37 pm
মে’ মাহত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই ২২ৰ পৰা ৩০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰিলে কেন্দ্ৰই

মে’ মাহত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই ২২ৰ পৰা ৩০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰিলে কেন্দ্ৰই

June 11, 2026 2:37 pm
অসমৰ শিল্পী সমাজলৈ গৌৰৱৰ মুহূৰ্ত! ৰাজ্যৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমি বঁটা

অসমৰ শিল্পী সমাজলৈ গৌৰৱৰ মুহূৰ্ত! ৰাজ্যৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমি বঁটা

June 11, 2026 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

June 11, 2026 2:38 pm
ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

June 11, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd