• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাক্সাৰ তামুলপুৰৰ গয়াবাৰীত পুনৰ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2018 10:59 am
হাতীৰ জাক
119
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত প্ৰতিনিয়ত হাতী-মানুহৰ সংঘাতৰ বাতৰি প্ৰকাশ পাই অহাৰ সময়তে পুনৰ কালি এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটে। বাক্সাৰ ভাৰত -ভূটান সীমান্তৰ তামুলপুৰ মহকুমাৰ ৩নং গয়বাৰীত এই ঘটনা সংঘটিত হৈছে। বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে  বিগত কেইবাদিনো ধৰি বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নাগ্ৰীজুলি অঞ্চলত বনৰীয়া হাতীৰ এটা জাকে ত্ৰাস চলাই আহিছে। অঞ্চলটোত এতিয়াও ৭০-৮০টা হাতীৰ এটা জাকে বিচৰণ কৰি আছে।

জানিব পৰা মতে কিছুদিন পূৰ্বে খাদ্যৰ সন্ধানত পোৱালিসহ পাহাৰৰ পৰা নামি অহা এটা হাতীৰ এটি জাকে নাগ্ৰীজুলি চাহ বাগিচা আৰু বৰনদীৰ পাৰত নিশা বিভিন্ন গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ অব্যাহত ৰাখিছে।

বৃহস্পতিবাৰে নিশা এটা হাতীৰ বিশাল জাক চাহ বাগিচা খনৰ ৭ নম্বৰ শ্ৰমিক লাইনত প্ৰৱেশ কৰি ধৰম পান্না নামৰ শ্ৰমিক জনৰ পকী ঘৰ এটা সম্পূৰ্ণৰূপে ভাঙি পেলায় আৰু ঘৰৰ ভিতৰত থকা বহু পৰিমানৰ ধান, চাউল, আটা আদিকে ধৰি বিভিন্ন সামগ্রী সমূহ ভক্ষণ কৰে।

তদুপৰি হাতীৰ জাকটোৱে ধৰম পান্নাৰ ঘৰৰ ভিতৰত থকা বহু মূল্যৱান আচবাব আদিও ভাঙি পেলায়। ধৰম পান্নাৰ উপৰিও আন কেইবাটাও শ্ৰমিকৰ ঘৰৰ ক্ষতি সাধন কৰে হাতীৰ জাকটোৱে।

আনহাতে, বনৰীয়া হাতীৰ জাকটোৱে ২ নম্বৰ ডোঙৰগাঁও আৰু অৰঙাজুলি গাওঁটো প্ৰৱেশ কৰিব চেষ্টা চলায় যদিও ৰাইজে জুই জ্বলাই, টিন, কাঁহী-বাতি বজাই, ফটকা ফুটাই হাতীৰ জাকটোক গ্ৰামাঞ্চলত প্ৰবেশ কৰাত বাধা দিয়ে। ইপিনে খাদ্যৰ অভাৱত থকা হাতীৰ জাকটোৱে গ্ৰামাঞ্চলত প্ৰৱেশ কৰাত বাধা পাই তীব্ৰ আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে।

উল্লেখযোগ্য যে ৪ জুলাইৰ নিশাও নাগ্রীজুলি চাহ বাগিচাৰ ৬ নম্বৰ শ্ৰমিক লাইন আৰু ৮ নম্বৰ শ্ৰমিক লাইনৰ লগতে ২ নং ডোংৰগাঁৱত হাতীৰ জাকে প্ৰৱেশ কৰি ৭ টাকৈ পৰিয়ালৰ বাসগৃহ লণ্ড ভণ্ড কৰাৰ উপৰি দুখনকৈ দোকান ভাঙি চুড়মাৰ কৰিছিল।

Recent News

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd