DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাৰ তামুলপুৰত নাগৰিক পঞ্জী সন্দৰ্ভত সজাগতা সভা প্ৰশাসনৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 30, 2018 10:41 pm
বাক্সাৰ তামুলপুৰত নাগৰিক পঞ্জী সন্দৰ্ভত সজাগতা সভা প্ৰশাসনৰ
77
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ ৰাজহ চক্ৰত নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত আজি নাগ্ৰীজুলি বজাৰত এখন নাগৰিক সজাগতা সভা অনুষ্ঠিত হয়।

নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জ্যোতিষ কাকতিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত তামুলপুৰ মহকুমাৰ সহকাৰী আয়ুক্ত ডিম্পী গগৈ, সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস, এন.আৰ. চি. জড়িত বিষয়া তথা তামুলপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা তপন শইকীয়া, এল,আৰ, চি, আৰ, হেমন্ত শৰ্মা, মঞ্জেন বড়ো, ভাওৰাগুৰি গাওঁৰ গাওঁবুঢ়া কুমুদ দাস, নাগ্ৰীজুলি ভি,চি, ডি, চি, ৰ অধ্যক্ষ প্ৰদীপ সৰকাৰ, নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহ, জেষ্ঠ্য নাগৰিক মিত্রালাল শৰ্মাকে ধৰি ভালে সংখ্যক নাগৰিক আৰু বিশিষ্ট লোক সকল উপস্থিত থাকে আৰু এন,আৰ, চি, ৰ সম্পৰ্কে প্ৰকৃত ভাৰতীয় নাগৰিক সকল এই ক্ষেত্ৰত কোনো ধৰণৰ ভয় আৰু শঙ্কা কৰাৰ কাৰণ নাই বুলি বুজাই দিয়ে।

কোনো লোকৰ এন,আৰ, চি, ত নাম বাদ পৰিলেও পুনৰ তেওঁলোকৰ নাম কিদৰে অন্তৰ্ভুক্ত কৰিব পৰা যাব সেই সন্দৰ্ভটো বক্তাসকলে বক্তব্য ৰাখে। আজিৰ এই নাগৰিক সজাগতা সভাত নাগ্ৰীজুলি এন,এছ,কে, মতিগাঁও এন,এছ,কে, লাউপাৰা এন,এছ,কে, টেবিতোলা এন,এছ,কে, আৰু অৰঙাজুলী এন,এছ,কে, ৰ অধীনৰ কেইবা শতাধিক লোক উপস্থিত থাকে। সফল এন,আৰ,চি, এখন প্ৰস্তুত কৰাত ৰাইজে যাতে প্ৰশাসনক সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবেও এন,আৰ, চি, ৰ বিষয়া সকলে ৰাইজক আহ্বান জনায়।

এন,আৰ, চি, সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজৰ কিবা প্ৰশ্নৰ উদ্ৰেক হলে এন,আৰ, চি, ৰ লগত জড়িত বিষয়া কৰ্মচাৰী সকলৰ ওচৰ চাপিবলৈও আহ্বান জনায় বিষয়া কৰ্মচাৰী সকলে।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd