DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাৰ শিলবাৰীত পথ দুৰ্ঘটনা: এজন ছাত্ৰ নিহত আৰু এজন আহত

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 5, 2018 11:21 am
বাক্সাৰ শিলবাৰীত পথ দুৰ্ঘটনা: এজন ছাত্ৰ নিহত আৰু এজন আহত
165
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নিশা বাক্সা জিলাৰ ১২৭”এ” নং ৰাষ্ট্ৰীয় ঘাই পথৰ শিলবাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা মন্টু বড়ো ওৰফে জয়সাগৰ(১৩)ক আজি উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকা অৱস্থাতেই মৃত্যুক সাৱতি লয়।

শিলবাৰী এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ মন্টু বড়ো ওৰফে জয়সাগৰ বাক্সা জিলাৰ শিলবাৰী অঞ্চলৰ দংপাৰ নিৱাসী জয়ন্ত বড়োৰ দ্বিতীয় পুত্ৰ বুলি জানিব পৰা গৈছে।

আনহাতে কালি নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাটোতে শিলবাৰী হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ কুলদীপ বড়ো(১৫)ও গুৰুতৰ ভাৱে আহত হৈছিল। সম্প্ৰতি কুলদীপ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে |

উল্লেখযোগ্য যে কালি মণ্টু বড়ো, কুলদীপ বড়ো সহিতে আন দুজন বন্ধুৱে ভোটেপোৱাবড়ীত দৌল মহোৎসৱ চাব গৈছিল। নিশা প্ৰায় ১২.৩০ মান বজাত ঘূৰি আহোতে চাৰি বন্ধুৱে ১২৭ ‘এ’ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত কিছু সময় ৰয়। সেই সময়খিনিতে উত্তৰ দিশৰ পৰা অহা পাঠশালা অভিমূখী টাটা মোবাইল গাড়ী এখনে চাইকেল সহ দুজন বন্ধুক মহতীয়াই লৈ যায়|

গুৰুতৰ ভাৱে আহত কিশোৰ দুজনক লগে লগে পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তী কৰোৱা হয় যদিও উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে| আৰু গুৱাহাটীলৈ আনি থকা অৱস্থাতে ইয়াৰে মণ্টু বড়োয়ে মৃত্যুক আকোৱালি লয়।

Recent News

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd