• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাট-পথৰ উন্নয়নে পৰ্য্যটনত ডাঙৰ ভূমিকা ল’ব : কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰ্যালয়ৰ সচিব ৰশ্মি বাৰ্মা

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 6, 2017 7:28 pm

1 min read

বাট-পথৰ উন্নয়নে পৰ্য্যটনত ডাঙৰ ভূমিকা ল’ব : কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰ্যালয়ৰ সচিব ৰশ্মি বাৰ্মা

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন মেলাৰ লগত সংগতি ৰাখি আয়োজিত সংবাদমেলৰ দৃশ্য। ফটো কল্পজ্যোতি শইকীয়া

119
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবত পৰ্য্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে। কিন্তু তাৰ বাবে বাট-পথৰ উন্নয়ন হ’ল এটা গুৰুত্বপূৰ্ণ দিশ। গুৱাহাটীত চলি থকা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন মেলাৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীস্থিত পঞ্চতাৰকা হোটেল ভিভান্তত আয়োজন কৰা এখন সংবাদমেলত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰ্যালয়ৰ সচিব ৰশ্মি বাৰ্মাই এই কথা কয়। বাট-পথ আৰু আন্তঃগাঁথনিয়ে পৰ্য্যটনৰ প্ৰভূত বিকাশত অৰিহণা যোগাব বুলি কৈ তেওঁ কয় যে যোৱা বছৰ সমগ্ৰ উত্তৰ-পূব অঞ্চলত পৰ্য্যটন খণ্ডত ৫.২ শতাংশ বিকাশ হৈছে। এই সম্পৰ্কত তথ্য দি তেওঁ কয় যে যোৱা বছৰ অঞ্চলটোলৈ ১.৬ কোটি বিদেশী পৰ্য্যটক আহিছে আৰু দেশী পৰ্য্যটকৰ সংখ্যা আছিল ৭৭ লাখ। তেওঁ কয়, এইবাৰ আয়োজিত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটন মেলাৰ মূল বিষয় হ’ল পৰ্য্যটন ক্ষেত্ৰত থকা সমস্যা আৰু প্ৰত্যাহ্বানবোৰ বিচাৰি উলিওৱা আৰু তাক সমাধানৰ পথ আৱিষ্কাৰ কৰা। যিহেতু উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যই আছিয়ান (ASEAN) আৰু বিমছটেক (BIMSTEC) মণ্ডলৰ দেশবোৰৰ আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে, গতিকে ভাৰতৰ পূবৰ সৈতে কাম কৰা বা এক্ট ইষ্ট পলিচিৰ দিশৰ পৰা এইবোৰৰ ভৌগোলিক আৰু ৰাজনৈতিক গুৰুত্ব আছে।

Recent News

নতুনকৈ নামকৰণ কৰা হ’ল ‘ড্ৰেগন ফল’ৰ

নতুনকৈ নামকৰণ কৰা হ’ল ‘ড্ৰেগন ফল’ৰ

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

COVID-19 India begins ex

বন্ধুত্বৰ প্ৰতিদান: ভূটানক ১.৫ লাখ কোভিড ভেকচিন উপহাৰ হিচাবে আগবঢ়ালে ভাৰতে

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd