DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ত্ৰিপুৰাত; এতিয়ালৈ প্ৰাণ গ’ল ৪ জন লোকৰ

পান্না ঘোষ by পান্না ঘোষ
June 15, 2018 9:43 am
tripura-flood-new-570x320
186
VIEWS
Share on FacebookShare on Twitter

বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ত্ৰিপুৰাৰ উনাকটি জিলাৰ কৈলাচহৰত। নেৰা নেপেৰা বৰষুণৰ ফলত দিও নদী আৰু মনু নদীৰ বাঢ়নী পানীয়ে নিমিষতে কৈলাচহৰ নগৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল সমূহ বুৰাই পেলায়। যাৰ ফলত সমগ্ৰ জিলাখনতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাত সেনা জোৱানসকলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই বানাক্ৰান্ত লোকসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰে।

আনহাতে প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে ২০ হেজাৰৰো অধিক বানাক্ৰান্ত লোকক নিজ নিজ ঘৰৰ পৰা উদ্ধাৰ কৰি বিভিন্ন অস্থায়ী বান শিবিৰত সংস্থাপন দিয়া হৈছে বুলি জনায়।

উল্লেখ্য যে বিগত দুটা দিনত বান গৰাখহনীয়াত উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰা আৰু মণিপুৰত ৬ জন লোকে অকাল মত্যুক সাৱটি ল’বলগীয়া হৈছে। ইয়াৰে ৪ জন ত্ৰিপুৰাত আৰু দুজন মণিপুৰত।

tripura-flood-new-1-1-300x189

ইফালে কৈলাচহৰৰ লগতে কাষৰীয়া বানাক্ৰান্ত অঞ্চলসমূহৰ লোকসকলক এনডিআৰএফ, ৰেড ক্ৰ’ছ, টিএছআৰ জোৱান, আছাম ৰাইফলছে সকলো প্ৰকাৰৰে সহায়-সহযোগিতা আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

এই প্ৰলংয়কাৰী বানে ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যাপক ৰূপত ক্ষতিসাধন কৰে। বৰষুণৰ ফলত হঠাতে বৃদ্ধি পোৱা মনু আৰু দিও নদীৰ পানীয়ে ইতিমধ্যে তিনিটা ডেম সম্পূৰ্ণৰূপে ক্ষতিসাধন কৰাৰ লগতে এটা ডেম যিকোনো মূহুৰ্ততে ভাঙি পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে।

Recent News

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd