DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বালিপৰাত গৰাখহনীয়াৰ কবলত কেইবাখনো গাঁও; পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ গাঁওবাসী

ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী by ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী
June 27, 2018 6:59 pm
বালিপৰাত গৰাখহনীয়াৰ কবলত কেইবাখনো গাঁও; পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ গাঁওবাসী

ফাইল ফটো

136
VIEWS
Share on FacebookShare on Twitter

শোনিতপুৰ জিলাৰ বালিপৰাত গৰাখহনীয়াৰ কবলত পৰিছে কেইবাখনো গাঁও, ইয়াৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং শান্তিপুৰ গাঁও আজিও চৰকাৰী বিভিন্ন আঁচনিসমূহৰ পৰা বাৰে বাৰে বঞ্চিত হৈ আহিছ।

গাঁওখনৰ মাজেদি বৈ গৈছে জৰাসৰ নৈ। এই জৰাসৰ নৈৰ গৰাখনহীয়াৰ কবলত পৰি এতিয়া গাঁওখনৰ অধিকাংশ লোক সৰ্ৱশ্ৰান্ত হৈ পৰিছে। তদুপৰি গৰাখহীয়াৰ কবলত পৰি কেইৱাটাও পৰিয়ালে গাঁও এৰি গুচি যাব লগীয়া হৈছে।

তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাদি গাঁওবাসীক প্ৰতাৰনা কৰিছে পঞ্চায়ত প্ৰতিনিধিসকলেও।

উল্লেখযোগ্য যে জৰাসৰ নৈৰ গৰাখহনীয়া ৰোধ কৰি মঠাউৰি নিৰ্মাণৰ বাবে এনৰেগা (MGNREGA) আঁচনিৰ অধীনত পুঁজি আৱন্তন হোৱাৰ পিছত পঞ্চায়ত প্ৰতিনিধিয়ে গাওঁবাসীক মাত্ৰ ২০ দিনৰ বাবে কামত লগাইছিল। কিন্তু সেয়াও এতিয়া ফুটুকাৰ ফেনত পৰিনত হ’ল, কিয়নো ২০ দিনকৈ গাঁওখনৰ অধিকাংশ লোকক এনৰেগাৰ অধীনত কামত লগোৱাৰ পিছত আজি ৫ মাহ উকলি যোৱাৰ পিছতো পঞ্চায়ত প্ৰতিনিধি আৰু তদানিন্তন কনিষ্ঠ অভিযন্তাই আজি পৰ্য্যন্ত তেওঁলোকক প্ৰাপ্য ধন নিদিলে।

গাঁঁওবাসীসকলে প্ৰাপ্য ধন বিচাৰি গ’লে পঞ্চায়ত প্ৰতিনিধিসকলে তেওঁলোকক বিভিন্ন কথা কৈ বিষয়টোৰ পৰা গা এৰাই চলি থাকে বুলিও অঞ্চলটোৰ লোকসকলে অভিযোগ কৰে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd