• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বালিসত্ৰৰ নৱ নিৰ্মিত বংশীগোপাল মন্দিৰ উদ্বোধন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

NE NOW NEWS এন ই নাও নিউজ
ৰঙিয়া , January 25, 2018 2:08 pm

2 min read

sarbananda sonowal with mla suman haripriya
123
VIEWS
Share on FacebookShare on Twitter

‘অসমৰ সত্ৰসমূহে কালোত্তীৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে মানৱ সেৱা আৰু সমাজ সেৱাৰ জৰিয়তে। এই কথা সকলোৱে ভক্তিভাৱেৰে অনুধাৱন কৰিব পাৰিব লাগিব। তেতিয়াহে গুৰুজনাৰ সত্ৰস্থাপনৰ উদ্দেশ্য সাৰ্থক হ’ব’। এই ভাষ্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

উত্তৰ কামৰূপৰ ৰঙিয়া চহৰৰ সমীপৱৰ্তী বালিসত্ৰত বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বান্দ সোনোৱালে ঐতিহাসিক বালিসত্ৰৰ নৱ নিৰ্মিত বংশীগোপাল মন্দিৰৰ দুৱাৰ সম্পূৰ্ণ মাঙ্গলিক অনুষ্ঠানৰে শুভ উদ্বোধন কৰে। দুৱাৰ মুকলি অনুষ্ঠানৰ পিচতে মুখ্যমন্ত্ৰীগৰকীয়ে সত্ৰ চৌহদত স্থানীয় সমাজ কৰ্মী পিনক কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰে।

উক্ত সভাত মুখ্য মন্ত্ৰীয়ে কয় যে দেশৰ ২৯ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰতে অসমৰ সৌন্দৰ্য আন কাৰোৰে স’তে তুলনা নহয়। তাৰোপৰি তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে সফলতাৰ কোনো চমু পথ নাই।

তেওঁ ভাষণ প্ৰসংগত কয় যে ৰাজ্যত বিজেপি চৰকাৰৰ দিনত দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ’ব আৰু সকলো কাম কাজ যাতে নিয়ম মতে হয় তাৰ প্ৰতি ৰাইজক নজৰ ৰাখিবলৈ অনুৰোধ জনায়।

আনহাতে প্ৰাক্তন সত্ৰাধিকাৰ বৃন্দাবন গোস্বামীৰ স্মৃতিত সত্ৰ চৌহদত প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায়- সহযোগিতা আগবঢ়াব বুলিও মখ্যমন্ত্ৰীগৰাকীয়ে কয়।

অনুষ্ঠানটোত হাজো সমষ্টিৰ বিধায়িকা চুমন হৰিপ্ৰিয়াৰ লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, মুক্তিযোদ্ধা কৃষ্ণ লহকৰ, পৰ্যটন বিভাগৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, সমাজ সেৱক ৰাতুল শৰ্মা, এআইডিচি জিতু তালুকদাৰ উপস্থিত থাকে।

উল্লেখ্য যে ১৬০০ শতিকাতে স্থাপিত সত্ৰখনৰ আৰিয়া আৰু সভা মহোৎসৱ ২৬ জানুৱাৰিৰ পৰা বৰ্ণাধ্য কাৰ্যসূচীৰে আৰম্ভ হ’ব।

Recent News

IMG_20210420_153103

তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ; কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd