• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাল্যবিবাহ কৰাবলৈ গৈ দৰা, কইনাৰ পিতৃ-মাতৃ, কাজীসহ সাতজনক গ্ৰেপ্তাৰ ধূপধৰাত

নীলমণি শৰ্মা by নীলমণি শৰ্মা
July 25, 2018 9:25 pm
IMG-20180725-WA0023
165
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ ধূপধৰা থানাৰ অন্তৰ্গত গৰুছটকা গাঁৱৰ সমীপৰ কঠোৰবৰী গাঁৱত কালি নিশা সম্পন্ন হোৱা এখন বাল্যবিবাহ সন্দৰ্ভত দৰা, কইনাৰ পিতৃ-মাতৃ, আৰু কাজীসহ মুঠ সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

জানিব পৰামতে কালি নিশা ৰংজুলিৰ সমীপৰ কাণকাটা গাঁৱৰ বাসিন্দা নুৰ ইছলামৰ পুত্ৰ হাফিজুল ইছলাম নামৰ ২৬ বছৰীয়া যুৱকজনে ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত কঠোৰবৰী গাঁৱৰ বাসিন্দা চমৰ আলীৰ নাবালিকা কন্যা (চাহিনা বেগম) এগৰাকীৰ স’তে বিবাহ সম্পন্ন কৰাৰ উদ্দেশ্যে আন কেবাজনো আত্মীয়ৰ সৈতে কইনাৰ ঘৰত উপস্থিত হয়৷

সেই মৰ্মে মুছলিম বিবাহ সম্পন্ন কৰা এগৰাকী কাজীয়ে এই বিবাহ সম্পন্নও কৰে৷ পিছত এই অবৈধ বিবাহৰ খবৰ আৰক্ষীয়ে লাভ কৰে আৰু সেইমতে ধূপধৰা আৰক্ষীৰ এটা দলে বিবাহথলীত উপস্থিত হৈ বিয়াখনৰ দৰা হাফিজুল ইছলাম, কইনাৰ পিতৃ চমৰ আলী, মাতৃ চাহেৰা বেগম, বিবাহ সম্পন্ন কৰা কাজী মইনুল হকৰ লগতে দৰাৰ তিনিগৰাকী আত্মীয়ক আটক কৰাৰ লগতে পিছত গ্ৰেপ্তাৰ কৰে৷

উল্লেখ্য যে বিবাহখনৰ কইনাগৰাকীৰ বয়স জন্মৰ প্ৰমাণ পত্ৰ অনুসৰি পোন্ধৰ বছৰ ন মাহ৷ সেয়েহে কইনাগৰাকী বিবাহৰ বাবে উপযুক্ত ১৮ বছৰ নোহোৱা হেতুকে এই বিয়াখন বাল্যবিবাহ বুলি গণ্য কৰি আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে৷ এই সন্দৰ্ভত ধূপধৰা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৯/১০/১১ ধাৰাত  ১৩৬/১৮ নং এটা গোচৰ ৰুজু কৰি আজি আটাইকেইগৰাকী লোককে গ্ৰেপ্তাৰ কৰি গোৱালপাৰাৰ জেল হাজোতলৈ প্ৰেৰণ কৰে৷ আনহাতে নাবালিকা কইনাগৰাকীক গোৱালপাৰাস্থিত ‘শিশু কল্যাণ সমিতি’ৰ গৃহলৈ প্ৰেৰণ কৰে ৷

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd