• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

বিজেপিৰ লগত মিত্ৰতা কৰাৰ লক্ষ্যৰে নতুন দিল্লীলৈ ৰাওনা আই পি এফ টিৰ প্ৰতিনিধি দল

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , January 2, 2018 11:45 am

1 min read

প্ৰতিনিধিত্বমূলক চিত্ৰ
65
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন দলৰ মাজত প্ৰাক নিৰ্বাচনী মিত্ৰতা সম্পন্ন কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চিন্তা চৰ্চা অব্যাহত ৰাখিছে। মিত্ৰতা সম্পৰ্কে বিভিন্ন দলৰ মাজত আলোচনা কৰি থকা সময়তে ইণ্ডিজিনিয়াছ পিপ’লছ ফ্ৰন্ট অৱ ত্ৰিপুৰাৰ অধ্যক্ষ এন ছি দেৱবৰ্মা সহিতে এটা প্ৰতিনিধি দলে সোমবাৰে বিজেপিৰ লগত মিত্ৰতা সম্পৰ্কে আলোচনা কৰিবলৈ নতুন দিল্লীলৈ ৰাওনা হয়।

আই পি এফ টিৰ প্ৰতিনিধিৰ দলটোৱে নতুন দিল্লীত ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ আৰু ত্ৰিপুৰা নিৰ্বাচনৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ লগত মিত্ৰতা সম্পৰ্কে আলোচনা কৰিব। ত্ৰিপুৰা নিৰ্বাচনত মানিক সৰকাৰ নেতৃত্বাধীন চি পি আই এম দলক ওফৰাবলৈ বাওপন্থী বিৰোধী দল অৰ্থাৎ ৰাশ্ট্ৰীয় ৰাজনৈতিক দলৰ লগতহে মিত্ৰতা কৰিব বুলি আই পি এফ টিৰ নেতা তথা অধ্যক্ষই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

‘বিজেপিৰ ওপৰত নিৰ্ধাৰণ কৰিব মিত্ৰতাৰ ভৱিষৎত। আমাৰ মুখ্য দাবী হ’ল তিপ্ৰালেণ্ড। খিলঞ্জীয়া লোকসকলৰ বাবে পৃঠক ৰাজ্য গঠন কৰি দিয়াৰ বাবে যদিহে বিজেপিয়ে আশ্বাস প্ৰদান কৰে তেন্তে মিত্ৰতা সম্ভৱ হৈ উঠিব পাৰে’। এই মন্তব্য কৰে অধ্যক্ষ এন ছি দেৱবৰ্মাই।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd