DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজয় ৰুপানিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’লে উত্তৰ-পূবৰ তিনি মুখ্য মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2017 10:22 pm
84
VIEWS
Share on FacebookShare on Twitter

সদ্যসমাপ্ত নিৰ্বাচনত বিজেপিয়ে গুজৰাটত একেৰাহে ষষ্ঠবাৰলৈ শাসনভাৰ লাভ কৰাৰ পিছত মুখ্য মন্ত্ৰী বিজয় ৰুপানিৰ শপতগ্ৰহণ অনুষ্ঠানটোত দেশৰ বিজেপি শাসিত আন ১৮ খন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থিত থাকিবৰ বাবে উত্তৰ-পূবৰ বিজেপিশাসিত তিনিখন ৰাজ্যৰ মুখ্য মন্ত্ৰী ক্ৰমে অসমৰ সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ এন বীৰেন সিং আৰু অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডুও আজি পুৱাই গুজৰাটৰ আহমেদাবাদ চহৰ অভিমুখে উৰা মাৰিল। অনুষ্ঠানটোত ভাগ লোৱাৰ পিছত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ টুইটাৰত কয়, ‘গুজৰাটৰ মুখ্য মন্ত্ৰী হিচাপে বিজয় ৰুপানিৰ শপতগ্ৰহণ অনুষ্ঠানত বিভিন্ন কেন্দ্ৰীয় নেতা তথা অন্যান্য ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে উপস্থিত থাকি গৌৰৱিত অনুভৱ কৰিছো।’ আন এটা টুইটত তেওঁ কয়, ‘প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত আৰু গতিশীল দলটোৰ নেতৃত্বত গুজৰাট এক নতুন স্তৰত উপনীত হ’ব।’

‘আপোনাৰ নেতৃত্বত ৰাজ্যখনে বিকাশৰ এক নতুন শিখৰলৈ গতি কৰিব। মোৰ শুভেচ্ছা থাকিল।’ নিজৰ টুইটত এইদৰে কয় অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

আনহাতে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে কয়, ‘গুজৰাটে বিজয় ৰুপানিৰ যোগ্য নেতৃত্বত বিকাশৰ পথত ইয়াৰ গতি অব্যাহত ৰাখিব।’

Recent News

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd