• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

বিদ্যালয় এৰা শিশুৰ সংখ্যা হ্ৰাস কৰা আৰু ৰাজ্যখনৰ নিবনুৱাক ব্যৱসায়ৰ সুযোগ দিয়াৰ বাবে মণিপুৰৰ বিজেপি চৰকাৰৰ দুখন আঁচনি মুকলি

সভাপতি চামম by সভাপতি চামম
March 16, 2018 10:40 pm
ManipurScheme
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত বিদ্যালয় এৰা শিশুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে আৰু ৰাজ্যখনৰ নিবনুৱাক উৎসাহিত কৰাৰ বাবে মণিপুৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দুখন আঁচনি মুকলি কৰিছে। এই আঁচনি দুখনৰ নাম হ’ল ক্ৰমে লাইৰিক টামহানলাছি (Lairik Tamhanlasi), যাৰ অৰ্থ হ’ল ‘তেওঁলোকক শিকিবলৈ দিয়া’ আৰু ষ্টাৰ্ট আপ মণিপুৰ।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং, শিক্ষা মন্ত্ৰী টি ৰাধেশ্যাম আৰু কৃষি মন্ত্ৰী ভি হংখলিয়ান, মুখ্য সচিব আৰ আৰ ৰশ্মি, প্ৰধান সচিব (পৰিকল্পনা আৰু শিক্ষা) বিনীত যোশী, শিক্ষা আৰু পৰিকল্পনা বিভাগৰ সঞ্চালক এই অনুষ্ঠানটোত উপস্থিত আছিল।

Apply Now

আঁচনি দুখন মুকলি কৰা অনুষ্ঠানত উপস্থিত থকা মুখ্য মন্ত্ৰী বীৰেন সিঙে কয়, লাইৰিক টামহানলাছি আঁচনিখনৰ লক্ষ্য হ’ল কোনো শিশুৱে যাতে উচ্চতৰ মাধ্যমিক পৰ্য্যন্ত তেওঁলোকৰ শিক্ষাৰ অধিকাৰ লাভ কৰাৰ পৰা বাদ নপৰে সেইটো নিশ্চিত কৰা। এই আঁচনিখনৰ জৰিয়তে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ খৰচ, পৰীক্ষা আৰু টিউশ্যন ফীজ, য়ুনিফ’ৰ্ম আৰু পাঠ্যপুথিৰ খৰচ যোগান ধৰা হ’ব। শিক্ষা বিভাগৰ এটা বিশেষ কোষ এই আঁচনিৰ ৰূপায়ণকাৰী হ’ব আৰু এই শিতানৰ বাবে বাজেটত ১৬ কোটি টকা ধাৰ্য্য কৰা হৈছে বুলি তেওঁ কয়।

জানিব পৰা মতে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাইস্কুল আধাতে এৰা প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য বিবেচনা কৰি এই পদক্ষেপ লোৱা হৈছে।

শিক্ষা বিভাগৰ বিষয়াসকলে চলোৱা এটা সমীক্ষাত পোৱা গৈছে যে মণিপুৰত প্ৰায় ৪০ হাজাৰ স্কুল এৰা ছাত্ৰ-ছা্ত্ৰী আছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ নতুন চৰকাৰৰ দ্বাৰা ইয়াৰ বৰ্ষপূৰ্তি উপলক্ষে দুখীয়া, অভাৱী আৰু আনভাৱে সক্ষম লোকসকলৰ বাবে বিভিন্ন আঁচনি মুকলি কৰা হৈছে। এইবোৰ উদ্বোধনৰ পষেক (Inauguration Fortnight) কাৰ্য্যসূচীৰ অধীনত এইবোৰ আঁচনি উদ্বোধন কৰা হৈছে। ইয়াৰ ভিতৰত এই স্কুল এৰা ছাত্ৰ-ছাত্ৰী হ্ৰাস কৰাৰ এই আঁচনিখন বিশেষভাৱে উল্লেখযোগ্য।

আনহাতে ষ্টাৰ্ট আপ মণিপুৰ আঁচনিখনে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীক নতুন উদ্যোগ, ব্যৱসায় হাতত লোৱাৰ বাবে উৎসাহ দিব বুলি মুখ্য মন্ত্ৰীজনে ব্যক্ত কৰে। এই আঁচনিৰ অধীনত ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষৰ বাবে ৩০ কোটি টকা ধাৰ্য্য কৰা হৈছে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm
লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd