• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুৎ সংযোগৰ দাবীত নগৰবেৰা-মৰিয়নীত উত্তাল প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 22, 2018 1:40 pm

1 min read

electricity_Career in Electrical Power sector

প্ৰতীকী ছবি।

118
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো স্থানতে বিদ্যুত সংযোগ সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰাৰ নগ্ন স্বৰূপ এতিয়াও প্ৰতিফলিত হৈ আছে দেশৰ বিভিন্ন অঞ্চলৰ লগতে অসমৰ ভিন্ন প্ৰান্তত। শীঘ্ৰে বিদ্যুৎ সংযোগৰ দাবীত আজি অসমৰ দুটা ভিন্ন প্ৰান্তত দেখা গ’ল অভিনৱ প্ৰতিবাদ।

নগৰবেৰা : বছৰ বছৰ ধৰি কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাৰ নাইটৰ অঞ্চলবাসীক শক্তি বিভাগে বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত কৰি অহাৰ প্ৰতিবাদত আজি দেখা গ’ল এক অভিনৱ প্ৰতিবাদ । হয়, সঘনাই প্ৰতিবাদ সাব্যস্ত হৈ থকা এইখন অসমত আগতে হয়তো এনে প্ৰতিবাদ কোনেও দেখা নাই।

আজি নাইটৰ অঞ্চলবাসীয়ে অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰি বিদ্যুতৰ খুঁটাত ম’বাইল চাৰ্জ দি, লেম্প ওলমাই সাব্যস্ত কৰিছে প্ৰতিবাদ।

উল্লেখ্য যে গাঁওখনত বিদ্যুতৰ খুঁটা পোতা ৭–৮ বছৰ হ’ল যদিও আজিলৈ বিজুলি চাকিৰ পোহৰ নপৰাত অতিষ্ঠ হৈ স্থানীয় ৰাইজে শক্তি বিভাগৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদত নমা পৰিলক্ষিত হ’ল।

মৰিয়নী : আনহাতে মৰিয়নীতো বিদ্যুৎ সংযোগৰ দাবীত দেখা গ’ল আছাৰ উত্তাল প্ৰতিবাদ। মৰিয়নীৰ বৈছাহাবিৰ পুৰণা গাঁৱবাসী বছৰ বছৰ ধৰি উপেক্ষিত হৈ অহাৰ বাবেই আজি সংগঠনটোৰ নেতৃত্বত ধোদৰআলি পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে ২০ বছৰ ধৰি বিদ্যুতৰ পৰা বঞ্চিত হৈ আছে গাঁওখনৰ বাসিন্দাসকল।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd