• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধ্বস্ত পথ : ওদালগুৰিৰ বগৰীবাৰীৰ পথত কঠীয়া ৰুই ৰাইজৰ প্ৰতিবাদ

NE NOW NEWS চাজিদ খান
ওদালগুৰি , July 31, 2018 5:22 pm

1 min read

IMG-20180730-WA0024 (1)
105
VIEWS
Share on FacebookShare on Twitter

পৰিৱৰ্তনৰ শ্ল’গানেৰে কেন্দ্ৰৰ লগতে ৰাজ্যত ক্ষমতাত অধিষ্ঠিত হৈছিল বিজেপি মিত্ৰজোঁট চৰকাৰ। কিন্তু বাস্তবত এতিয়াও ৰাইজে কোনোধৰণৰ পৰিৱৰ্তন প্ৰত্যক্ষ কৰা নাই। জৰাজীৰ্ণ বাট পথ, মৰণফাণ্ডত পৰিণত হোৱা দলঙসমূহে গভীৰ সমস্যাত পেলাইছে সৰ্বসাধাৰণ ৰাইজক।

ৰাজ্যৰ বিভিন্ন এলেকাৰ শোচনীয় পথে যোগাযোগত বাধাৰ সৃষ্টি কৰিছে জনসাধাৰণক। ঠিক সেইদৰে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত উত্তৰ বগৰীবাৰীৰ মূল পথটো জৰাজীৰ্ণ তথা বোকাময় হোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিভাগীয় কৰ্তৃপক্ষই উক্ত পথটো মেৰামতি নকৰাত এতিয়া অতিষ্ঠ হৈ উক্ত অঞ্চলবাসীয়ে বিভাগীয় প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সোমবাৰে সাব্যস্ত কৰিছে এক অভিনৱ প্ৰতিবাদ।

বোকাপানীৰে ভৰি পৰা পথটো মেৰামতিৰ দাবী তুলি সোমবাৰে উক্ত অঞ্চলৰ লোকসকলে পথৰ মাজত কঠীয়া ৰুই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। তাৰোপৰি লোকসকলে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে পথটো মেৰামতি কৰি দিবলৈ দাবী জনায়।

উত্তৰ বগৰীবাৰী পথটোৰ সম্পৰ্কত ধনঞ্জয় ৰামছিয়াৰী নামৰ এজন স্থানীয় লোকে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় যে যোৱা এসপ্তাহ ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত সমগ্ৰ পথটো বোকাময় হৈ পৰিছে যাৰ ফলত ইয়াৰ স্থানীয় বাসিন্দাসকল পথটোৰে অহা যোৱা কৰাটো দুৰ্বিষহ হৈ পৰিছে।

Recent News

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

111195-delhi-voter-id-pti

২০২১ৰ নিবাৰ্চন : নিৰ্বাচনৰ বাবে সাজু ডিব্ৰুগড় নিৰ্বাচন জিলা; জিলাখনত আছে কিমান ভোটাৰ?

মানুহৰ মুখৰ আকৃতিৰ এটা হাঙৰক লৈ চাঞ্চল্য! ক’ত?

মানুহৰ মুখৰ আকৃতিৰ এটা হাঙৰক লৈ চাঞ্চল্য! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd