DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শোণিতপুৰ-মাজুলীত উদযাপন ‘ৰাভা দিৱস’

মিটু খাটনিয়াৰ/ৰিতুপৰ্ণ চক্ৰৱৰ্তী by মিটু খাটনিয়াৰ/ৰিতুপৰ্ণ চক্ৰৱৰ্তী
June 20, 2018 1:25 pm
BishnuPrasadDivas

প্ৰতিনিধিত্বমূলক ছবি

220
VIEWS
Share on FacebookShare on Twitter

মাজুলী : আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৪৯ সংখ্যক পূণ্য মৃত্যু তিথি ৷ কৰ্ম, কৃষ্টি, সংস্কৃতি, সংগীতৰ পূজাৰী জনদৰদী এই গৰাকী মহান বীৰ পুৰুষৰ প্ৰতি শ্ৰদ্ধা জনাই মাজুলীৰ বিভিন্ন স্থানত পালন কৰা হৈছে ‘ৰাভা দিৱস’ ।

Screenshot_20180620-114231
মাজুলী আউনিআটী হেমচন্দ্ৰদেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত ‘ৰাভা দিৱস’ ৰ দৃশ্য

সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, মুক্তি যুঁজাৰু কালাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস উপলক্ষে মাজুলী আউনিআটী হেমচন্দ্ৰদেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত ‘ৰাভা দিৱস’ উদযাপন কৰে।

 

কাৰ্য্যসূচীটোত বৃক্ষৰোপন, বন্তি প্ৰজ্বলন, ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা, ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশ তথা সামাজিক ক্ষেত্ৰত সজাগতাৰ অৰ্থে মুকলি সভা তথা বঁটা বিতৰণী সভা অনুস্থিত হয় ।

শোণিতপুৰ : ইফালে শোণিতপুৰ জিলাৰো বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ৰাভা দিৱস। ৰাভা দিৱসৰ লগত সংগতি ৰাখি ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাৰ উদ্যোগত শোনিতপুৰৰ চাৰিদুৱাৰত এক সমন্বয় যাত্ৰাৰ আয়োজন কৰে।

শোণিতপুৰৰ বিভিন্ন জাতি জনগোষ্ঠিয়ে অংশগ্ৰহণ কৰা এই যাত্ৰাত কলাগুৰু বিষ্ণু ৰাভাৰ  প্ৰতিচ্ছবি লৈ বিভিন্ন  দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত ক্ষুদ্ৰ ভাৰত খ্যাত চাৰিদুৱাৰ পৰা বিষ্ণুৰাভাৰ প্ৰতিচ্ছবি লৈ বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত এই সমন্বয় যাত্ৰাৰ আয়োজন কৰে।

IMG_20180620_121425
‘ৰাভা দিৱস’ উপলক্ষে শোনিতপুৰৰ চাৰিদুৱাৰত উলিওৱা সমন্বয় যাত্ৰা

 

চাৰিদুৱাৰ চেন্টাৰৰ পৰা আৰাম্ভ কৰা এই সমন্বয় শোভাযাত্ৰাত অঞ্চলটোৰ সকলো গাঁও ভ্ৰমন কৰে আৰু সকলোৱে তেওঁৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Recent News

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd