• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিমুদ্ৰাকৰণৰ ডেৰ বছৰৰ পিছত মৰিয়নীত আৰক্ষীয়ে ৬ লক্ষাধিক টকাৰ অচল নোটৰ সৈতে আটক কৰে ৩ জনক

NE NOW NEWS এন ই নাও নিউজ
মৰিয়নী , April 1, 2018 11:07 pm

1 min read

বিমুদ্ৰাকৰণৰ ডেৰ বছৰৰ পিছত মৰিয়নীত আৰক্ষীয়ে ৬ লক্ষাধিক টকাৰ অচল নোটৰ সৈতে আটক কৰে ৩ জনক
69
VIEWS
Share on FacebookShare on Twitter

যোৰহাট আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি মৰিয়নিৰ পৰা বৃহৎ সংখ্যক অচল নোটৰ সৈতে ৩ জন ব্যক্তিক আটক কৰে।

আনহাতে বিমুদ্ৰাকৰণৰ প্ৰায় ডেৰ বছৰৰ পিছত এনেদৰে অচল নোট উদ্ধাৰ হোৱা কাৰ্যই অচল নোট সমূহ যে এতিয়াও সলনি কৰাৰ বাবে একাংশই চেষ্টা চলাই আছে বুলি তাকে প্ৰমাণ কৰিছে বুলি স্থানীয় একাংশই প্ৰকাশ কৰিছে।

প্ৰাপ্ত তথ্য মতে যোৰহাট আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নন্দিতা কাকতিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অচল নোট সলনি কৰিবলৈ অহা অৱস্থাত নকছাৰীৰ চমুৱা গাঁৱৰ পৰা তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ দলটোৱে ধৃত লোককেইজনৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোট মিলাই প্ৰায় ৬ লাক্ষাধিক টকা উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে চমুৱা গাঁৱৰ ধৰ্মেশ্বৰ লাহন নামৰ এজন ব্যক্তিৰ দোকানত এই ধনৰ লেনদেন হৈছিল। আনহাতে অচল নোট লৈ অহা ধৃত আন দুজন ব্যক্তি হ’ল আমগুৰি ম’ৰাবজাৰৰ নিবাসী সাহাবুদ্দিন আহমেদ (৩৮) আৰু আমগুৰি বৰাহীবাৰীৰ নিবাসী জয়ন্ত বৰবৰুৱা ( ৪৮)।

ইতিমধ্যে আৰক্ষীয়ে ধৃত তিনিওজনকে অধিক সোধ-পোছৰ বাবে মৰিয়ানী আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd