• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা শোণিতপুৰ জিলা কাৰ্বি ছাত্ৰ সন্থাৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 1, 2018 10:23 pm
102
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথৰ বীণাপানি নাট্য ভৱনত আজি ১ জুলাইত শোণিতপুৰ জিলা কাৰ্বি ছাত্ৰ সন্থাই কৃতী ছাত্ৰ-ছাত্ৰীৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে।

সভাখনত ২৭০ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উপৰিও কৃতী ছাত্ৰী মিশ্মা তেৰাংপীক ‘জংথুং ক্ৰ’ আৰু শ্যাম তাৰৌ স্মাৰক বঁটা’ৰ লগতে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

শোণিতপুৰ জিলা কাৰ্বি ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদিকা প্ৰণিতা টেৰাংপীয়ে আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে শোণিতপুৰ জিলা কাৰ্বি ছাত্ৰ সন্থাৰ ভাঃ সভাপতি হৰেনজিৎ টেৰণে উদ্দেশ্য ব্যাখ্যা আগবঢ়াই শোণিতপুৰ জিলা কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক চাৰচিং টেৰাংঙে। সভাখনি উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰবীন চন্দ্ৰ দাসে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দুলদুল বৰকটকী, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা মংগল বে, সাধাৰণ সম্পাদক জয়ন্ত ইংতি, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি শিৱ তেৰং, সাংগঠনিক সম্পাদক মংগল সিং ৰংহাং, প্ৰচাৰ সম্পাদক নিৰ্মল তেৰণ, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মঃ আজমত শ্বেখ, বিশ্বনাথ  জিলা জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সভাপতি কমলজিৎ দত্ত, বিশ্বনাথ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি চুমেশ্বৰ বসুমতাৰী, বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীলিপ গজোৰেল, বিশ্বনাথ শাখা চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি মহেশ চত্ৰী, বিশ্বনাথ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আমিল হক, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হেমন্ত সোনা, সম্পাদক জিন্টু বৰা, পাভৈৰ সমাজকৰ্মী চিকাৰী তেৰাং, মনিৰাম বেকে  আদি কৰি কাৰ্বি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু প্ৰায় পাঁচ শতাধিক ৰাইজ।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd