DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত বিধায়ক প্ৰমোদ বৰঠাকুৰে মুকলি কৰিলে বেংক অৱ ইণ্ডিয়াৰ নতুন শাখা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 12, 2018 1:54 pm
IMG-20180512-WA0011-01
108
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ এনডিএ চৰকাৰে নগদ বিহীন ডিজিটেল লেনদেনৰ বাবে নাগৰিকক উৎসাহিত কৰাৰ পৰিকল্পনা কৰাৰ সময়তে আজি বিশ্বনাথত শুভাৰম্ভ হ’ল বেংক অৱ ইণ্ডিয়া (Bank of India) ৰ নতুন শাখা ।

সদ্য ঘোষিত বিশ্বনাথ জিলাখনৰ বৃদ্ধি পোৱা জনসাধাৰনৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে উদ্বোধন কৰে বেংক অৱ ইণ্ডিয়াৰ বিশ্বনাথৰ শাখাটি।

বিশ্বনাথ চাৰিআলিৰ হাটখোলাত স্থাপন হোৱা বেংকটোৰ নতুন শাখাৰ উদ্ধোধণী অনুষ্ঠানত বিশ্বনাথৰ বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত স্থানীয় বিধায়কে উদ্বোধন কৰে।

উল্লেখ্য যে ভাৰতবৰ্ষৰ আটাইটকৈ পুৰণি বেংকটোৰ এই নতুন শাখাটোত আন চৰকাৰী বেংকৰ দৰেই সা সুবিধা উপলব্ধ হ’ব বুলি বেংক কৰ্তৃপক্ষই জনায়। বেংক কতৃপক্ষ আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰে নতুনকৈ মুকলি কৰা বেংক অব ইণ্ডিয়াৰ শাখাটোত সমূহ বিশ্বনাথবাসীক নিজ নিজ একাউন্ট খোলাৰ বাবে অনুৰোধ কৰে।

ইয়াৰ উপৰি এই বেংক শাখাটোৱে বিশ্বনাথ অঞ্চলৰ অৰ্থনৈতিক ক্ষেত্ৰতো সবল ভূমিকা গ্ৰহণ কৰিব বুলি স্থানীয় ব্যৱসায়ী তথা সচেতন লোকে জানিবলৈ দিয়ে।

Recent News

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Gyanvapi Mosque

জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd