• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত বৃদ্ধি পাই অহা অপৰাধ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকলৈ আছুৰ স্মাৰকপত্ৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , May 15, 2018 9:32 pm

1 min read

Biswanath AASU
71
VIEWS
Share on FacebookShare on Twitter

বিগত কিছু মাহৰ পৰা বিশ্বনাথত বিভিন্ন অপৰাধ জনীত ঘটনাই জনসাধাৰণৰ মাজত এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এই সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আছুৰ নেতৃবৰ্গই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে এক বৈঠকত মিলিত হয়।

চোৰ, ডকাইতি, হত্যাকে আদি কৰি অপৰাধ প্ৰৱণতা ইমানে বৃদ্ধি পাইছে যে সাধাৰণ ৰাইজৰ মাজত নিৰাপত্তাৰ দিশটো এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

ইয়াৰ ফলত ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা তথা অপৰাধজনীত ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰিক অতি সোনকালে কৰায়ত্ব কৰি আইনৰ জৰিয়তে যাতে উচিত শাস্তি প্ৰদান কৰে তাৰ বাবে আজি বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে এক আলোচনাত মিলিত হয়।

এই আলোচনাৰ মজিয়াতে ছাত্ৰ সন্থাৰ সদস্য সকলে অতিৰিক্ত জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰা বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd