• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ কেটলা চাহ বাগিচাত জঘন্য হত্যাকাণ্ড, এজনক আটক

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , April 7, 2018 11:06 pm

1 min read

বিশ্বনাথৰ কেটলা চাহ বাগিচাত জঘন্য হত্যাকাণ্ড, এজনক আটক
87
VIEWS
Share on FacebookShare on Twitter

বিহালীৰ বৰগাং আৰক্ষী থানাৰ অন্তৰ্গত কেটেলা চাহ বাগিচাৰ ৪ নং লাইনত কালি নিশা সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটো সন্দৰ্ভত বৰগাং আৰক্ষীয়ে ইতিমধ্যে সুভাষ লোহাৰ নামৰ এজন লোকক আটক কৰিছে।

উল্লেখযোগ্য যে কালি নিশা বাগিচাখনৰ ৰূপা কৰ্মকাৰ নামৰ এগৰাকী তিনিটা সন্তানৰ মাতৃৰ মৃতদেহ নিজা বাসগৃহত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল।

মৃত মহিলা গৰাকীৰ দেহৰ বিভিন্ন অংশৰ লগতে বাসগৃহৰ মজিয়াতো তেজৰ স্পষ্ট দাগৰ প্ৰতি লক্ষ্য ৰাখি দুষ্কৃতিকাৰীয়ে প্ৰথমে হত্যা কৰি তেওঁক চিপজৰী লগাই দিয়া বুলি স্থানীয় লোকে সন্দেহ কৰিছে ৷

জানিব পৰা মতে মৃত মহিলা গৰাকীৰ ৬ বছৰীয়া সন্তানটিয়ে দিয়া সাক্ষ্যৰ ভিত্তিত সুভাষ লোহাৰ নামৰ অভিযুক্তজনক আৰক্ষীয়ে আটক কৰে।

আনহাতে উক্ত ঘটনাৰ পূৰ্বে মহিলা গৰাকীয়ে চুবুৰীয়াৰ স’তে কাজিয়াত লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে ৷

আদিবাসী  ছাত্ৰ সন্থাই উক্ত ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ উল্লেখযোগ্য যে নিহত মহিলা গৰাকীৰ স্বামী কৰ্মসূত্ৰে বৰ্তমান অৰুণাচলত আছে ৷

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd