• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত প্ৰতিবাদৰ ধ্বনিৰে কঁপিল আকাশ-বতাহ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , May 3, 2018 9:33 pm

1 min read

বিশ্বনাথ
174
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত কালিৰ নিশাৰ পৰা অসমৰ পৰ্যটন স্থলী তথা কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডক গতাব বিছৰা কাৰ্যৰ প্ৰতিবাদত বিশ্বনাথৰ আকাশ-বতাহ প্ৰতিবাদৰ ধ্বনিৰে কঁপাই তুলিছে বিভিন্ন সংগঠনে।

 নিশা টাই আহোমৰ পিছতে আজি পুৱা আছু আৰু বৰ্তমান দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ  কাৰ্যসূচী গ্ৰহণ কৰে।

 ইফালে আজি  সমগ্ৰ অসমৰ লগতে আমছুৰ  বিশ্বনাথ জিলা সমিতিয়েও বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এন আৰ চিৰ প্ৰসংগক লৈ দিনৰ ১১  বজাৰ পৰা এক বজালৈ মুখত ক’লা কাপোৰ বান্ধি দুঘণ্টীয়া মৌন অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে।

 সংগঠনটোৱে ধৰ্মঘট কাৰ্যসূচীত পঞ্চায়তৰ নথি পৰীক্ষণত উচ্চতম ন্যালয়ৰ নিৰ্দেশনা (SOP) আৰু এন আৰ চি কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া গাইডলাইন অৱমাননা কৰি নিজ মইমতালিৰে গাওঁ পঞ্চায়ত, চক্ৰ বিষয়াৰ প্ৰমাণ পত্ৰৰ পৰীক্ষণ কৰি অহা একাংশ বিষয়াক নিয়ন্ত্ৰণ কৰাৰ  দাবী জনায়।

Recent News

IMG_20210420_153103

তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ; কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd