DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব মাতৃদুগ্ধপান সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত স্থাপন মাতৃদুগ্ধপান কক্ষ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 1:23 pm
Ghy-sttaion-570x320
104
VIEWS
Share on FacebookShare on Twitter

আগষ্টৰ ১ৰ পৰা ৭ তাৰিখলৈ পালিত হ’বলগীয়া বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ সৈতে সংগতি ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই পল্টন বজাৰস্থিত গুৱাহাটী ৰে’লৱে ষ্টেইশ্যনত প্ৰথম শ্ৰেণী আৰু উচ্চ শ্ৰেণীৰ প্ৰতীক্ষালয়ত মাতৃদুগ্ধপান কক্ষ স্থাপন কৰিবলৈ আগ বাঢ়িছে।

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ জ্যেষ্ঠ ষ্টেইশ্যন মাষ্টাৰ পৰেশ কলিতাই জনাইছে যে শিশু লগত থকা মহিলাসকলৰ সুবিধাৰ্থে প্ৰথম শ্ৰেণী আৰু উচ্চ শ্ৰেণীৰ প্ৰতীক্ষালয়ত মাতৃদুগ্ধপান কক্ষ স্থাপন কৰা হ’ব। তেওঁ কয় যে গুৱাহাটী ৰে’লৱে ষ্টেইশ্যনত থকা  সাধাৰণ আৰু শীত-তাপ নিয়ন্ত্ৰিত প্ৰতীক্ষালয়ত একোটাকৈ মাতৃদুগ্ধপান কক্ষ আছে। এই কক্ষ দুটাৰ সফলতাৰ পাছত আৰু অধিক এনে কক্ষ স্থাপন কৰিবলৈ আগবঢ়া হৈছে বুলি ষ্টেইশ্যন মাষ্টাৰগৰাকীয়ে জনাইছে। তেওঁ আৰু কৈছে যে এই পৰ্যন্ত কোনো মহিলা কৰ্মচাৰীক এই কক্ষসমূহৰ তত্ত্বাৱধানৰ বাবে মোতায়েন কৰা হোৱা যদিও তাৰ ব্যৱস্থা কৰা হ’ব।

অৱশ্যে এনেধৰণৰ কক্ষ ৰাজহুৱা স্থানত স্থাপন কৰাৰ কথা কামৰূপ (মহানগৰ) প্ৰশাসনে এতিয়াও বিৱেচনা কৰা নাই। ‘দ্য টেলিগ্ৰাফ’ৰ প্ৰতিৱেদনত প্ৰকাশ যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাজ্যিক সমাজ কল্যাণ বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মাতৃসকলৰ মাজত মাতৃদুগ্ধপান গুৰুত্ব সন্দৰ্ভত সচেতনতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।

কলিতাই আৰু কয়, ‘মা’ ( MAA অৰ্থাৎ Mothers’ Absolute Affection) কাৰ্যসূচীটোৰ জৰিয়তে মাতৃসকললৈ মাতৃদুগ্ধপান কক্ষ আৰু পৰ্যাপ্ত গোপনতাৰ দিশসমূহৰ ওপৰত আমি মনোযোগ দিছোঁ। কিন্তু এয়া হৈছে এটা সাংস্কৃতিক দিশ আৰু ইয়াক অন্তৰৰ পৰা গ্ৰহণ কৰিব লাগিব।”

Recent News

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd